বৃষ, ২১ এপ্ৰিলৰ পৰা ২১ মেলৈ

বৃষ, ২১ এপ্ৰিলৰ পৰা ২১ মেলৈ
Published on: 

পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে আপুনি পুনৰ সম্পৰ্ক গঢ়ি তুলিব। আপুনি হঠাতে অনুভৱ কৰিব যে আপুনি তেওঁলোকৰ বাবে কৰিবলগীয়াখিনি কৰা নাই। আৰু তেওঁলোক তাৰ বাবে যোগ্য। তদুপৰি আপুনি ভ্ৰাতৃ বা ভংগীৰ বাবে উপযুক্ত পাত্ৰৰ সন্দান কৰিব। আপোনাৰ জ্ঞান-গৰিমাক আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠজনে স্বীকৃতি দিব। কোনোবা ব্যক্তিৰ পৰা আপুনি মূল্যবান উপহাৰ লাভ কৰিব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com