বৃষ, ২১ এপ্ৰিলৰ পৰা ২১ মেলৈ

কিন্তু ভগৱানৰ ওপৰত থকা বিশ্বাসে আপোনাৰ বাবে মংগল কঢ়িয়াব। আপুনি নিষ্কলংক হৈ ওলাই আহিব
বৃষ, ২১ এপ্ৰিলৰ পৰা ২১ মেলৈ
Published on: 

আজি আপুনি ধৈৰ্য পৰীক্ষাত অৱতীৰ্ণ হব লাগিব। কৰ্মস্থলীত আপোনাৰ বাবে প্ৰতিকূল পৰিৱেশ সৃষ্টি হব। কোনো ব্যক্তিয়ে আপোনাৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন কৰিব। আপোনাৰ বিৰুদ্ধে এখন তদন্ত সমিতি গঠন হব। কিন্তু ভগৱানৰ ওপৰত থকা বিশ্বাসে আপোনাৰ বাবে মংগল কঢ়িয়াব। আপুনি নিষ্কলংক হৈ ওলাই আহিব। ইয়ে আপোনাক শক্তিশালী কৰিব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com