বৃষ, ২১ এপ্ৰিলৰ পৰা ২১ মেলৈ

কিন্তু সময়ৰ নাটনিৰ বাবে প্ৰেমিক বা প্ৰেমিকাক সময় দিব নোৱাৰিব পাৰে।
বৃষ, ২১ এপ্ৰিলৰ পৰা ২১ মেলৈ
Published on: 

আজি আপুনি উচ্চাকাংক্ষী হৈ উঠিব আৰু পেচাগত ক্ষেত্ৰত কোনো ডাঙৰ কাম সমাধা কৰিব পাৰিব। কিন্তু সময়ৰ নাটনিৰ বাবে প্ৰেমিক বা প্ৰেমিকাক সময় দিব নোৱাৰিব পাৰে। হাতত লোৱা সকলো কাম সম্পন্ন হোৱাত আপুনি সুখী হব। আৰু আপুনি ইতিবাচক ধৰণেৰে কথাবোৰ চিন্তা কৰিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com