বৃষ, ২১ এপ্ৰিলৰ পৰা ২১ মেলৈ

কামৰ প্ৰতি আপুনি মনোযোগ দিয়ক আৰু উত্সৰ্গিত মনোভাবেৰে আপুনি কাম কৰক।
বৃষ, ২১ এপ্ৰিলৰ পৰা ২১ মেলৈ
Published on: 

আপুনি কিছু অধিক কথা শিকিব আৰু প্ৰয়োজনত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাৰ পৰা সহায় বিচাৰিব। আপুনি অতি তাত্ক্ষণিকভাবে বিচৰা প্ৰেম পাব। আপোনাক লৈ আপোনাৰ কাৰ্যালয়ৰ মুৰব্বী আৰু জ্যেষ্ঠ কৰ্মচাৰীসকল সুখী হব। কামৰ প্ৰতি আপুনি মনোযোগ দিয়ক আৰু উত্সৰ্গিত মনোভাবেৰে আপুনি কাম কৰক। আপোনাৰ সমস্যাসমূহ তাত্ক্ষণিকভাবে সমাধা হব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com