বৃষ, ২১ এপ্ৰিলৰ পৰা ২১ মেলৈ

আপুনি আপোনাৰ কৰ্মক উপভোগ কৰিব। আৰু আপুনি অতি উচ্চাকাংক্ষী হব।
বৃষ, ২১ এপ্ৰিলৰ পৰা ২১ মেলৈ
Published on: 

আপুনি কি বিচাৰে তাৰ প্ৰতি দৃষ্টি ৰাখি জীৱনৰ লক্ষ্যক লৈ সজাগ হওক। যদি বিবাহপাশত আৱদ্ধ হোৱাটো আপোনাৰ লক্ষ্য, তেন্তে আপুনি প্ৰেমিক বা প্ৰেমিকাৰ প্ৰতি বৰ্তমানৰ তুলনাত অধিক দায়বদ্ধ হওক। আপুনি আপোনাৰ কৰ্মক উপভোগ কৰিব। আৰু আপুনি অতি উচ্চাকাংক্ষী হব। আপুনি ধন অৰ্জনৰ কাৰণে লোৱা পদক্ষেপ সফল হব। আপোনাৰ কেৰিয়াৰত নতুন চাকৰিৰ প্ৰস্তাৱ লাভ কৰিব। আনকি আপোনাৰ ব্যৱসায়ো ভাল হব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com