বৃষ, ২১ এপ্ৰিলৰ পৰা ২১ মেলৈ

আপোনাৰ গ্ৰহ-গতিৰ অৱস্থান সলনিৰ লগে লগে পৰিস্থিতিও সলনি হব। আপোনালোক পৰস্পৰে পৰস্পৰৰ অনুভূতিক সন্মান জনাব।
বৃষ, ২১ এপ্ৰিলৰ পৰা ২১ মেলৈ

আপুনি আপোনাৰ বুদ্ধিমত্তা আৰু হ্ৰাস্যৰসৰ জৰিয়তে প্ৰতিজন ব্যক্তিকে মুগ্ধ কৰিবলৈ সক্ষম হব। আপুনি কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব। আপুনি বহুতৰে হৃদয় জয় কৰিবলৈ সক্ষম হব। আজি স্বামী-স্ত্ৰীৰ মাজৰ পাৰস্পৰিক বুজা-পৰা উচ্চ হব। আপোনাৰ গ্ৰহ-গতিৰ অৱস্থান সলনিৰ লগে লগে পৰিস্থিতিও সলনি হব। আপোনালোক পৰস্পৰে পৰস্পৰৰ অনুভূতিক সন্মান জনাব।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com