বৃষ, ২১ এপ্ৰিলৰ পৰা ২১ মেলৈ

ইয়ে আপোনাৰ ওপৰত মানসিক চাপ বৃদ্ধি কৰিব পাৰে, কিন্তু আপুনি পৰিস্থিতি চম্ভালি লব পাৰিব
বৃষ, ২১ এপ্ৰিলৰ পৰা ২১ মেলৈ
Published on: 

আজি আপুনি মানসিক চাপ মুক্ত হৈ থাকিব। কাৰণ আপোনাৰ কাম-কাজ হ্ৰাস পাব। ভৱিষ্যতৰ কথা পৰিকল্পনা প্ৰস্তুত কৰি আপুনি সংগীৰ সৈতে সময় অতিবাহিত কৰিব। আপুনি ন্যস্ত দায়িত্ব পালন কৰিব। ইয়ে আপোনাৰ ওপৰত মানসিক চাপ বৃদ্ধি কৰিব পাৰে, কিন্তু আপুনি পৰিস্থিতি চম্ভালি লব পাৰিব। শত্ৰুৱে আপোনাক বশ কৰাৰ চেষ্টা কৰিব পাৰে, কিন্তু সফল নহব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com