বৃষ, ২১ এপ্ৰিলৰ পৰা ২১ মেলৈ

আপুনি কোনো ব্যক্তিৰ সৈতে আলোচনাৰে দুগুণ উত্সাহেৰে কাম-কাজ সম্পন্ন কৰিব। ই আপোনাৰ অনুকূল হব।
বৃষ, ২১ এপ্ৰিলৰ পৰা ২১ মেলৈ
Published on: 

আপুনি আপোনাৰ পৰিয়ালক অতি সুখী কৰা কোনো খবৰ পাব পাৰে। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক দীৰ্ঘদিনীয়া প্ৰতিশ্ৰুতি অনুসৰি কোনো ভ্ৰমণলৈ যাব পাৰে। এটা নতুন চাকৰি বা ব্যৱসায়ৰ প্ৰস্তাৱ আপোনালৈ আহিব। আপুনি কোনো ব্যক্তিৰ সৈতে আলোচনাৰে দুগুণ উত্সাহেৰে কাম-কাজ সম্পন্ন কৰিব। ই আপোনাৰ অনুকূল হব।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com