বৃষ, ২১ এপ্ৰিলৰ পৰা ২১ মে'লৈ

আপোনাৰ এক আভ্যন্তৰীণ শক্তি থাকিব আৰু কিছু ডাঙৰ কাম কৰিবলৈ সক্ষম হব।
বৃষ, ২১ এপ্ৰিলৰ পৰা ২১ মে'লৈ
Published on: 

আপোনাৰ প্ৰেম-প্ৰীতিৰ সম্পৰ্কত শান্তি-সুষমতা বিৰাজ কৰিব আৰু কোনো উত্সাহোদ্দীপক ঘটনা সংঘটিত হব পাৰে। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক গাঢ় হব। আপোনাৰ এক আভ্যন্তৰীণ শক্তি থাকিব আৰু কিছু ডাঙৰ কাম কৰিবলৈ সক্ষম হব। এই সময়ছোৱাত আপুনি উচ্চ শিক্ষাগ্ৰহণ আৰু গৱেষণাৰ কাম কৰিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com