বৃষ(২১ এপ্ৰিলৰ পৰা ২১ মেলৈ)

আপুনি নম্ৰ ব্যৱহাৰৰ জৰিয়তে অপৰিচিতজনৰো হৃদয় জিনিবলৈ সক্ষম হ’ব।
বৃষ(২১ এপ্ৰিলৰ পৰা ২১ মেলৈ)
Published on

আজি আপোনাৰ নতুন মানুহৰ সৈতে যোগাযোগ হ'ব। আপোনাৰ আচাৰ-আচৰণ মাৰ্জিত আৰু ভদ্ৰ। আপুনি নম্ৰ ব্যৱহাৰৰ জৰিয়তে অপৰিচিতজনৰো হৃদয় জিনিবলৈ সক্ষম হ'ব। জ্যেষ্ঠজনৰ পৰামৰ্শৰ দ্বাৰা আপুনি উপকৃত হ'ব।

আপোনাৰ গৃহত অতি আন্তৰিক আৰু জীৱন্ত পৰিৱেশ বিৰাজ কৰিব। আপুনি লাভান্বিত হবপৰা মানুহৰ সৈতে যোগাযোগৰ সুযোগ পাব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com