মকৰ, ২২ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ

সঠিক দিশত কেতবোৰ নতুন কাম আগবাঢ়িব পাৰে। আপোনাৰ বিত্তীয় অৱস্থা ভাল হব।
মকৰ, ২২ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ
Published on: 

আপুনি প্ৰেমৰ ক্ষেত্ৰত অনুভৱ কৰা বিৰক্তি আৰু অ-সক্ৰিয়তা আজি দূৰ হব। ইয়ে আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত কিছু পুৰণি স্মৃতি সজীৱ কৰিব। মানৱতা আৰু দয়াৰ অনুভৱ আপুনি পোষণ কৰিব। আপুনি আপোনাৰ সন্তানৰ সৈতে সময় পাৰ কৰিব। সঠিক দিশত কেতবোৰ নতুন কাম আগবাঢ়িব পাৰে। আপোনাৰ বিত্তীয় অৱস্থা ভাল হব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com