কন্যা(২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ)

আপুনি ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষিত হব।
কন্যা(২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ)
Published on

আপোনাৰ বেয়া দিনৰ অন্ত পৰিছে। কিছু ৰহস্যজনক কিবা ঘটিব পাৰে। আপুনি ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষিত হব। বাধা-বিঘিনীৰ মাজতো আপুনি কামত সফলতা অৰ্জন কৰিবলৈ সক্ষম হব। সহকৰ্মীৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হব। সংগী অধিক আস্থাভাজন হব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com