আজি আপুনি পৰিয়ালৰ কাম-কাজৰ সৈতে জড়িত থাকিব। আপুনি পৰিয়ালক ব্যস্ততা তথা কাৰ্যালয়ৰ কামৰ হেঁচাৰ মাজতো সময় দিবলৈ সক্ষম হব। কিছুমান জৰুৰী তথা প্ৰয়োজনীয় বিষয়ত আপুনি মনোযোগ দিব লাগিব। দৈনন্দিন কাম-কাজৰ সৈতে জড়িত কেতবোৰ বিষয়ত আপুনি খৰতকীয়া সিদ্ধান্ত লব লাগিব।
কন্যা( ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ)
আপুনি পৰিয়ালক ব্যস্ততা তথা কাৰ্যালয়ৰ কামৰ হেঁচাৰ মাজতো সময় দিবলৈ সক্ষম হব।

Next Story