Begin typing your search above and press return to search.

কন্যা( ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ)

আপুনি সাহসেৰে কাম কৰিব আৰু কোনো পেশাদাৰী সম্পৰ্কই সুফল দিব।

কন্যা( ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Aug 2020 4:34 AM GMT

নিয়মীয়া কাম-কাজতে আজি আপুনি দিনটোৰ অধিকাংশ সময় পাৰ কৰিবলগীয়া হব পাৰে। প্ৰেমিক বা প্ৰেমিকাৰ সংগত আপুনি সুখ-সন্তুষ্টি লাভ কৰিব। আপোনাৰ বিত্তীয় দিশ শক্তিশালী হব। আপুনি কেতবোৰ ডাঙৰ সিদ্ধান্ত লবলৈ দ্বিধা-সংকোচ নকৰিব। আপুনি সাহসেৰে কাম কৰিব আৰু কোনো পেশাদাৰী সম্পৰ্কই সুফল দিব।

Next Story
চাকৰি