কন্যা, ২৪ আগষ্চৰ পৰা ২২ছেপ্টেম্বৰলৈ

আজি আপুনি কৰ্মস্থলীৰ কাম সময়ৰ পূৰ্বে সম্পূৰ্ণ কৰিব পাৰিব।
কন্যা, ২৪ আগষ্চৰ পৰা ২২ছেপ্টেম্বৰলৈ
Published on: 

আজিৰ দিনটো আপোনাৰ বাবে প্ৰেম-ৰোমান্সৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ দিন হব।  আজি আপুনি কৰ্মস্থলীৰ কাম সময়ৰ পূৰ্বে সম্পূৰ্ণ কৰিব পাৰিব।  প্ৰিয়জনৰ সমৰ্থন লাভ কৰিব আৰু আপুনি পাৰস্পৰিক সম্পৰ্কৰ উত্কৃষ্টতাখিনি উপভোগ কৰিবলৈ সক্ষম হ'ব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com