কন্যা, ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ

পেশা বা ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি কিছু নতুন পথৰ অন্বেষণ কৰিব।
কন্যা, ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ

আজিৰ দিনটো আপোনাৰ বাবে আনন্দজনক দিন হব। ধনৰ আগমন নেৰেনেপেৰা হব। আপুনি সৃষ্টিশীল আৰু দক্ষতাপূৰ্ণ হব। পেশা বা ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি কিছু নতুন পথৰ অন্বেষণ কৰিব। নিজৰ পছন্দৰ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে নামভৰ্তি কৰিবলৈ সক্ষম হব। কম দূৰত্ব ভ্ৰমণৰ আঁচনি লব পাৰে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com