কন্যা, ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ

আপোনাৰ স্বামী বা পত্নীৰ স্বাস্থ্যৰ উত্থান-পতন ঘটি থাকিব। আপোনাৰ স্বাস্থ্য ভালে থাকিব।
কন্যা, ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ

কোনো বিষয়ক লৈ আজি আপুনি সংগীৰ প্ৰতি সগ্নিদ্ধ হব। কিন্তু সেয়া প্ৰকৃততে শুদ্ধ নহয়। আজি আপুনি সংগীৰ বাবে কোনো অতি গুৰুত্বপূৰ্ণ কাম কৰিব। ছাত্ৰ-ছাত্ৰীসকলে বুদ্ধিমত্তাৰে অধ্যয়ন কৰিব আৰু পৰীক্ষাত ভাল ফলাফল প্ৰদৰ্শন কৰিব। আপোনাৰ স্বামী বা পত্নীৰ স্বাস্থ্যৰ উত্থান-পতন ঘটি থাকিব। আপোনাৰ স্বাস্থ্য ভালে থাকিব।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com