Begin typing your search above and press return to search.

কন্যা়, ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ

আপুনি অপ্ৰয়োজনীয় কাৰণত মানসিক চাপৰ মাজত থাকিব। তথাপি আপুনি লক্ষ্যত দৃষ্টি ৰাখিব।

কন্যা়, ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Sep 2020 5:14 AM GMT

বিশ্ৰাম অবিহনে আজি আপুনি কাম কৰিবলগীয়া হব। ইয়ে আপোনাৰ সংগীক অ-সুখী কৰি তুলিব। ইয়ে আপোনাক যধে-মধে পইচা খৰচ কৰিবলৈ বাধ্য কৰিব কিন্তু ইয়ে কিঞ্চিতহে সকাহ প্ৰদান কৰিব। আপুনি অপ্ৰয়োজনীয় কাৰণত মানসিক চাপৰ মাজত থাকিব। তথাপি আপুনি লক্ষ্যত দৃষ্টি ৰাখিব। আপুনি স্বাস্থ্যৰ যথোচিত যতন লব।

Next Story