কন্যা, ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ

আপোনাৰ যিবোৰ বিষয়ৰ প্ৰতি যি আগ্ৰহ আছে, সেই বিষয়বোৰৰ প্ৰতি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰো তেনে আগ্ৰহ আছে।
কন্যা, ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ
Published on: 

এক নতুন প্ৰেম-ৰোমান্সৰ অধ্যায়ে আপোনালৈ অপেক্ষা কৰিছে। আপোনাৰ যিবোৰ বিষয়ৰ প্ৰতি যি আগ্ৰহ আছে, সেই বিষয়বোৰৰ প্ৰতি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰো তেনে আগ্ৰহ আছে। আহি থকা সময় উপভোগ কৰক। ভুল বুজাবুজিৰ পৰা স্বামী-স্ত্ৰীয়ে উদ্ধাৰ পাব। সন্ধিয়াৰ সময়ছোৱাত আপুনি কিছু এলেহুৱা হব আৰু কোনো গুৰুত্বপূৰ্ণ কাম কৰিবলৈ থাকি যাব।     

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com