কন্যা, ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ

এই ব্যক্তিজনে আপোনাৰ জীৱনলৈ পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰে।
কন্যা, ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ
Published on: 

আপুনি আপোনাৰ সৈতে খাপ খাব বুলি ধাৰণা কৰা কাৰোবাক লগ পাব পাৰে। এই ব্যক্তিজনে আপোনাৰ জীৱনলৈ পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰে। পৰিস্থিতি অনুসৰি আপুনি নিজক সজাই তুলিব। আপোনাৰ সকলো সমস্যা সমাধান হব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com