কন্যা, ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ

কন্যা, ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ

ইয়াৰ ফলস্বৰূপে আপুনি পদোন্নতি লাভ কৰিব বা গুৰুত্বপূৰ্ণ স্থানত নিয়োজিত হব।
Published on

প্ৰেম-জীৱনত উত্থান-পতনে আপোনাৰ ওপৰত মানসিক চাপ বৃদ্ধি কৰিব। আপুনি অধিক ভাৰসাম্যযুক্ত সম্পৰ্ক বিচাৰিব আৰু এই কথা আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই বুজি পোৱাটো বিচাৰিব। কৰ্মস্থলীত আপুনি এক সাহসী পদক্ষেপ গ্ৰহণ কৰিব। ইয়াৰ ফলস্বৰূপে আপুনি পদোন্নতি লাভ কৰিব বা গুৰুত্বপূৰ্ণ স্থানত নিয়োজিত হব। আপোনাৰ সন্মানো বৃদ্ধি পাব। আজিৰ দিনটো আপোনাৰ বাবে সুন্দৰ হব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com