কন্যা, ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ

কন্যা, ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ

আজি আপোনাৰ বিত্তীয় ক্ষেত্ৰত জটিলতাৰ সৃষ্টি হব আৰু ইয়ে কিছু পৰিমাণক মানসিক উদ্বেগৰ সৃষ্টি কৰিব। হঠাতে অ-প্ৰত্যাশিত ব্যয়ৰ সন্মুখীন হব। ইয়ে আোপানৰ বাজেট নিমিলা কৰিব আৰু ইয়াৰ বাবে আপুনি প্ৰস্তুত নাথাকিব পাৰে। কৰ্মস্থলীতো আপুনি ব্যৱধানত থাকিব। কিন্তু এই জটিল সময়বোৰৰ মাজতো আপুনি শান্ত-সমাহিত হৈ থাকিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com