কন্যা, ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ

বন্ধুবৰ্গই আপোনাক প্ৰয়োজনত সহায় কৰিব। আপুনি এজন প্ৰভাৱশালী ব্যক্তিক লগ পাব।
কন্যা, ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ
Published on: 

আপুনি এই সময়ছোৱাত দৃঢ় হোৱা উচিত। আপুনি কৰিবলৈ লোৱা বহু কাম থাকিব আৰু প্ৰেম-প্ৰীতিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ ভিত্তিক কাম-কাজবোৰ সজাই-পৰাই লবলৈ প্ৰায় সময় নাপাব। কিন্তু আপোনাৰ আয় তেনেই সামান্য হব আৰু ব্যয় বৃদ্ধি পাব। বন্ধুবৰ্গই আপোনাক প্ৰয়োজনত সহায় কৰিব। আপুনি এজন প্ৰভাৱশালী ব্যক্তিক লগ পাব। আজি আপুনি কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com