কন্যা, ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ

কিন্তু আপুনি কেতবোৰ কাম অ-দায়িত্বশীলতাৰে কৰিব আৰু তাৰ পৰিণাম ভোগ কৰিবলগীয়া হব।
কন্যা, ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ
Published on: 

আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা সকলো ক্ষেত্ৰতে সহযোগ পাব। গতিকে সকলো কথা ভালেৰে পাৰ হব। আপুনি সামাজিক হব আৰু বিভিন্নজনৰ সৈতে কথা পাতি ভাল পাব। আজি আপুনি অনেক আনন্দকৰ মুহূৰ্তৰ মাজেৰে পাব। কিন্তু আপুনি কেতবোৰ কাম অ-দায়িত্বশীলতাৰে কৰিব আৰু তাৰ পৰিণাম ভোগ কৰিবলগীয়া হব। কিছু অসুবিধাজনক ঘটনা সংঘটিত হব। ভৰিৰ সৈতে সম্পৰ্কিত কিছু ৰোগে অশান্তি দিব পাৰে।    

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com