কন্যা, ২৪ আগষ্টৰ পৰা ২২ চেপ্টেম্বৰলৈ

আপুনি আপোনাৰ জ্যেষ্ঠ কৰ্মীৰ সৈতে কিছু গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব।
কন্যা, ২৪ আগষ্টৰ পৰা ২২ চেপ্টেম্বৰলৈ
Published on: 

আপুনি আপোনাৰ হৃদয়ৰ সংগীৰ সৈতে কথা-বতৰা হওঁতে আপুনি কিছু সৃজনশীল মনৰ পৰিচয় দিব। আপুনি আবেগ-অনুভূতি প্ৰকাশৰ বাবে আৰু কিছু বিচাৰিব। ব্যৱসায়ত আপুনি ভাল আয় কৰিবলৈ সক্ষম হব। আপুনি আপোনাৰ জ্যেষ্ঠ কৰ্মীৰ সৈতে কিছু গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব। আপোনাৰ দৃষ্টিভংগীয়ে তেওঁলোকক মুগ্ধ কৰিব। আপোনাৰ প্ৰভাৱ বৃদ্ধি পাব।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com