কন্যা, ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ

আপুনি ধৰ্মীয় আৰু আধ্যাত্মিকভাবে সক্ৰিয় হৈ থাকিব। আপোনাৰ সন্মান বৃদ্ধি পাব।
কন্যা, ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ
Published on: 

আপুনি আজি জটিল পৰিস্থিতিৰ সন্মুখীন হব পাৰে। আপোনাৰ সংগীয়ে কোনো বিষয়ত মতামত আগবঢ়াব আৰু আপোনাৰ সঁহাৰি বিচাৰিব। তেতিয়াই আপুনি জটিল পৰিস্থিতিৰ সন্মুখীন হব। ভুলৃশুদ্ধই আপোনাক লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। আপুনি ধৰ্মীয় আৰু আধ্যাত্মিকভাবে সক্ৰিয় হৈ থাকিব। আপোনাৰ সন্মান বৃদ্ধি পাব। আপোনাৰ নাম আৰু যশস্যাও বৃদ্ধি পাব। কথা-বতৰাৰ মাজেৰে আপুনি বহু সমস্যাৰ সমাধান কৰিব। নতুন যোগাযোগ গঢ়ি উঠিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com