কন্যা, ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ

আপুনি কোনো নতুন কাম কৰাৰ পৰিকল্পনা কৰিব পাৰে। এই পৰিকল্পনাৰ কথা আপোনাৰ মনত বহুদিনৰে পৰা আছিল।
কন্যা, ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ
Published on: 

আপোনাৰ নতুন প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিব পাৰে। সেই ব্যক্তিজনে আপোনাৰ যিদৰে যতন লব আৰু আবেগ-অনুভূতি প্ৰকাশ কৰিব, সিয়ে আপোনাক সুখী কৰিব। আজিৰ দিনটো আপোনাৰ বাবে বহু আকাংক্ষিত আৰু লাভদায়ক দিন। আপুনি কোনো নতুন কাম কৰাৰ পৰিকল্পনা কৰিব পাৰে। এই পৰিকল্পনাৰ কথা আপোনাৰ মনত বহুদিনৰে পৰা আছিল। আপুনি আপোনাক গুৰুত্ব দিয়া মানুহৰ পৰা সহায়-সমৰ্থন লাভ কৰিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com