কন্যা, ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ

আপুনি এনে এক অৱস্থানত থাকিব যেন আপুনি আকাশৰ পৰা তৰা চিঙি আনিব পাৰিব।
কন্যা, ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ
Published on: 

আপোনাৰ প্ৰিয়জনৰ যতন লোৱাৰ প্ৰয়োজন হব। আপুনি কিছু অতিৰিক্ত দায়িত্ব লাভ কৰিব। আপোনাৰ দৈহিক-মানসিক শক্তিৰ স্তৰ উচ্চ হৈ থাকিব আৰু ইয়ে আপোনাক পৰিস্থিতিৰ সৈতে খাপ খাবলৈ সক্ষম কৰিব। আপুনি এনে  এক অৱস্থানত থাকিব যেন আপুনি আকাশৰ পৰা তৰা চিঙি আনিব পাৰিব। আপোনাৰ পথৰ পৰা বাদা-বিঘিনী আঁতৰ হব। ধনৰ আগমন ঘটিব আৰু আয় বৃদ্ধি পাব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com