কন্যা, ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ

আপুনি অসাধাৰণতাৰে আৰোপিত দায়িত্ব সম্পাদন কৰিবলৈ সক্ষম হব। কৰ্মৰ ক্ষেত্ৰত আপুনি উন্নতি সাধন কৰিব।
কন্যা, ২৪ আগষ্টৰ পৰা ২২ ছেপ্টেম্বৰলৈ
Published on: 

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে নগৰলৈ ওলাই যোৱাৰ সুযোগ পাব। কোনো বন্ধুৱে দিয়া উপদেশৰ জৰিয়তে আপুনি প্ৰেম-প্ৰীতিৰ ক্ষেত্ৰত উপকৃত হব। আপুনি অসাধাৰণতাৰে আৰোপিত দায়িত্ব সম্পাদন কৰিবলৈ সক্ষম হব। কৰ্মৰ ক্ষেত্ৰত আপুনি উন্নতি সাধন কৰিব। দিনটোৰ শেষৰ সময়ছোৱাই সুখ কঢ়িয়াই আনিব। আপোনাৰ বিত্তীয় অৱস্থা ভাল হব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com