আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, ( ১১ অক্টোবৰ, সোমবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, ( ১১ অক্টোবৰ, সোমবাৰ, ২০২১)

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ ভাব-অনুভূতিৰ প্ৰতি যথেষ্ট গুৰুত্ব দিব ৷ আপোনাক সুখে পৰিৱেষ্টিত কৰি ৰাখিব ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰিয়ালৰ লোকক লগ পাব পাৰে ৷ আপুনি এক বিদেশ ভ্ৰমণত যাব ৷ আজিৰ দিনটোৱে আপোনাৰ কিছু ভাল বতৰা কঢ়িয়াই আনিব। আপোনাৰ কাম প্ৰশংসিত হ'ব ৷ ব্যৱসায়ত দিয়া-লোৱা থাকিব ৷

বৃষ : (২১ এপ্ৰিল – ২১ মে')

আপুনি আপোনাৰ বৰ্তমানৰ প্ৰেমৰ সম্পৰ্ক শেষ কৰিব নিবিচাৰিব ৷ গতিকে আপুনি আপোনাৰ ভাব-অনুভূতি নিয়ন্ত্ৰণ কৰক ৷ আপুনি এই সম্পৰ্কক সঠিক দিশেৰে আগুৱাই নিব বিচাৰিব ৷ ব্যৱসায়ত দিয়া আৰু লোৱা থাকিব ৷ আপুনি আপোনাৰ পৰিপক্বতা আৰু সঠিক চিন্তাৰ বলত সঠিক দিশত আগবাঢ়িব ৷ আপুনি উৎকৃষ্টতাৰে কাম কৰি যাব ৷

মিথুন : (২২ মে'- ২১ জুন)

আপোনাৰ আজিৰ দিনটো ঘটনাবহুল হ'ব ৷ বহু কাম-কাজৰ জৰিয়তে আপোনাক আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আমোদ দি থাকিব ৷ আপুনি বিবাহৰ প্ৰস্তাৱ দিয়াৰ সম্ভৱানা আছে ৷ আজিৰ দিনটো আপোনাৰ বাবে এটা ভাল কাম কৰাৰ দিন ৷ আপোনাৰ নাম-যশস্যা বহু হ'ব ৷ আপুনি যিয়েই কাম নকৰক কিয়, সম্পূৰ্ণ উৎসৰ্গিত মনোভাৱেৰে সেয়া কৰিব ৷

কৰ্কট : (২২ জুন – ২২ জুলাই)

আজিৰ দিনটো আপোনাৰ বাবে এটা ভাল দিন হ'ব ৷ আপুনি আপোনাৰ জীৱনসংগীৰ লগত কোনো পাৰিবাৰিক বিষয় আলোচনা কৰিব ৷ সন্ধিয়া আপোনাৰ কিছু বন্ধুৰ সৈতে কোনো পাৰ্টীত অংশ ল'ব। আপোনাৰ ঘৰত সুখ-শান্তি থাকিব ৷ আপুনি আপোনাৰ সন্তানৰ মনৰ কথা বুজি পাব আৰু তেওঁলোকে আপোনাৰ কথা শুনিব ৷ এই সময়ছোৱা আপোনাৰ বাবে আগলৈ চোৱাৰ সময় ৷ আপোনাৰ ঘৰলৈ কিছু আলহী-অতিথিৰ আগমন ঘটিব ৷

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি আপোনাৰ সংগী সলনি কৰিব পাৰে৷ নতুন মানুহক কৰা সাক্ষাতে আপোনাক সুযোগ দিব পাৰে আৰু আপুনি ইয়াক অতি শ্ৰেষ্ঠ বিবেচনা কৰিব ৷ কাৰণ বহু মানসিক চাপৰ মাজত আছে ৷ ভাগ্যই আপোনাক কৃপা কৰিব ৷ আপুনি কঠোৰ পৰিশ্ৰমৰ বলত জটিল পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাব ৷ আপুনি কিছু নতুন কাম কৰিব ৷

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

কথা-বতৰাবোৰৰ অগ্ৰগতিক লৈ আপুনি সন্তুষ্ট হ'ব ৷ আপুনি আপোনাৰ জীৱনসংগীৰ পৰা পাই থকা আদৰ-যতনে আপোনাক সন্তুষ্ট কৰি ৰাখিব। আপুনি পৰিয়ালৰ লগত এক ভ্ৰমণলৈ যাব পাৰে ৷ আপুনি আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীৰ সৈতে আলোচনাত মিলিত হ'ব আৰু তেওঁ আপোনাক কোনো কামৰ দায়িত্ব দিব পাৰে ৷ আপুনি সুখী অনুভৱ কৰিব ৷

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

প্ৰথম সাক্ষাততে মানুহক আস্থাত নল'ব ৷ আপুনি স্পৰ্শকাতৰ হৈ পৰিব পাৰে আৰু মানুহে আপোনাৰ সুযোগ ল'ব পাৰে ৷ আপুনি ধীৰে-সুস্থিৰে আগবাঢ়ক আৰু আপুনি কি কৰিছে, সেয়া নিশ্চিত কৰক ৷ আপোনাৰ অধস্তন কৰ্মচাৰী অতি সহযোগিতাপূৰ্ণ হ'ব ৷ আপোনাৰ লক্ষ্য-উদ্দেশ্য পূৰণত তেওঁলোকে আপোনাক সহায় কৰিব ৷ আপুনি বিনিয়োগ কৰি ব্যস্ত থাকিব ৷ আপোনাৰ পাৰদৰ্শিতাক লৈ আপোনাৰ জ্যেষ্ঠ কৰ্মীসকল অতি সন্তুষ্ট হ'ব ৷

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি আস্থা ৰখা ব্যক্তিসকলৰ লগত থাকিব ৷ আপোনাৰ জীৱনসংগী অতি নিৰ্ভৰশীল হ'ব আৰু এইক্ষেত্ৰত আপুনি উদ্বিগ্ন হ'বলগা একো নাথাকিব ৷ আপুনি এক চমু দূৰত্ব ভ্ৰমণ কৰিব পাৰে ৷ আপোনাৰ বৈবাহিক জীৱন আনন্দ-স্ফূৰ্তিৰে পূৰ্ণ হৈ থাকিব ৷ আপোনাৰ দায়িত্ব বৃদ্ধি পাব আৰু সেই দায়িত্বসমূহ সম্পাদন কৰিবলৈ সক্ষম হ'ব ৷ আপোনাৰ সন্মান বৃদ্ধি পাব ৷

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপুনি প্ৰেমৰ ক্ষেত্ৰত বন্য হ'বলৈ বিচাৰিব ৷ কিন্তু আপুনি এনে এগৰাকী ব্যক্তিক লগ পাব, যিয়ে আপোনাৰ অন্তৰ জয় কৰিব ৷ আপুনি তেওঁলৈ অপেক্ষা কৰি ভাগৰি পৰিবও পাৰে ৷ ধন অৰ্জনৰ ক্ষেত্ৰত এই সময়ছোৱা আপোনাৰ বাবে সৰ্বোৎকৃষ্ট সময় ৷ আপুনি আপোনাৰ চেষ্টাৰ বলত ভাল ফল লাভ কৰিব ৷ আপুনি সৌভাগ্যবান অনুভৱ কৰিব৷ আপুনি পৰিয়ালৰ সদস্যবৰ্গৰ মাজত থাকিব পাৰে ৷

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপুনি কৰ্মব্যস্ততাৰ মাজতে প্ৰেমৰ কথাও চিন্তা কৰিব ৷ কিন্তু তাৰ বাবে বহুখিনি কৰিব নোৱাৰি আপুনি আপুনি অ-সুখী অনুভৱ কৰিব ৷ আপুনি আপোনাৰ ব্যৱসায় বৃদ্ধি কৰিব আৰু মানুহৰ প্ৰত্যাশা পূৰণ কৰিব ৷ আপোনাৰ সন্মান বৃদ্ধি পাব ৷ আপুনি পদোন্নতি পোৱাৰ আৰু আপোনাৰ দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে ৷

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

কিছু ভুল বুজাবুজিৰ বাবে আপোনাৰ প্ৰেমৰ সম্পৰ্কত জটিলতাৰ সৃষ্টি হ'ব পাৰে ৷ আপুনি শান্ত-সমাহিতভাবে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত কথা-বতৰাবোৰ আলোচনা কৰা উচিত ৷ জ্যেষ্ঠসকলৰ প্ৰতি আপোনাৰ দায়িত্ব অধিক হ'ব ৷ আপুনি চাকৰি সলনি কৰাৰ কথা চিন্তা কৰিব ৷ আপুনি নিজৰ মানুহৰ সৈতে সুখেৰে সময় অতিবাহিত কৰিব ৷

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি আপোনাৰ মন স্থিৰ কৰিব নোৱৰাৰ বাবে কিছু সমস্যাৰ সন্মুখীন হ'ব ৷ আপুনি বিচাৰিলে আপোনাৰ জীৱনসংগীৰ পৰা নিৰন্তৰ সহায় পাই যাব ৷ আপুনি গভীৰ অনুধাৱনেৰে কিছু কাম কৰা উচিত ৷ আপুনি নিজকে মূল্যায়ন কৰাৰ প্ৰয়োজন আছে। আপোনাক আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠজনে দিক-নিৰ্দেশনা দিব ৷ আপুনি আপোনাৰ অতিথিৰ লগত আনন্দ উপভোগ কৰিব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com