আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ২২ নৱেম্বৰ, সোমবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ২২ নৱেম্বৰ, সোমবাৰ, ২০২১)

জন্মদিনৰ শুভাশুভ :

জন্মদিনৰ শুভাশুভ

শুভ তাৰিখসমূহ

৪, ১৩, ২২

শুভ বাৰসমূহ

সোমবাৰ, মঙলবাৰ, শনিবাৰ 

শুভ ৰংসমূহ

ৰঙা, নীলা, বেঙুণীয়া

মেষ : (২১ মাৰ্চ -২০ এপ্ৰিল)

বন্ধ দিনত ফুৰিবলৈ যোৱাৰ সময়ত আপুনি আপোনাৰ মনে বিচৰা এগৰাকী ব্যক্তিক লগ পাব পাৰে। সৰল মনেৰে আগবঢ়া কাৰ্যই আপোনাৰ প্ৰেমৰ সম্পৰ্ক অধিক দৃঢ় কৰি তুলিব আৰু আপুনি সোনকালেই বিয়া ঠিক হোৱাটো বিচাৰিব। আপুনি আপুনি আপোনাৰ পৰিকল্পনাৰ এটা ব্লু-প্ৰিণ্ট প্ৰস্তুত কৰিব। আপোনাৰ মন কৰ্মত নিবদ্ধ হব। আপুনি কিছু ধৰ্মীয় উত্সৱ-পাৰ্বণত অংশ লব আৰু মানসিক শান্তি পাব। 

বৃষ : (২১ এপ্ৰিল – ২১ মে')

আজিৰ দিনটো আপোনাৰ বাবে কোনোৰকম ভাল দিন হ'ব। .কৰ্ম-জীৱনত অৰ্জন কৰা অগ্ৰগতিয়ে আপোনাৰ মন-মগজু ভালে ৰাখিব। আপুনি আনন্দ-স্ফূৰ্তিৰ মাজেৰে জীৱন অতিবাহিত কৰিবলৈ বিচাৰিব। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিব। আপোনাৰ বিত্তীয় অৱস্থা সুস্থিৰ হব আৰু আপুনি জীৱন সম্পৰ্কে এটা ইতিবাচক দৃষ্টিভংগী লব। সফলতাৰে আপোনাৰ ব্যক্তিত্ব প্ৰজ্বলিত হব।

মিথুন : (২২ মে'- ২১ জুন)

এই সময়ছোৱা জীৱনত এটা ডাঙৰ সিদ্ধান্ত লোৱাৰ বাবে অনুকূল নহ'ব। আপুনি কথা-বতৰাবোৰ নিজৰ আয়ত্বত ৰাখিছে । আপোনাৰ প্ৰেমিক বা প্ৰেমিকা ভাল বুজাপৰা গুণ থকা হব আৰু আপোনাক সৰ্বতোপ্ৰকাৰে সহায় কৰিব। প্ৰেমিক-প্ৰেমিকাসকলে ইজনে-সিজনৰ পৰা উপহাৰ পাব। আপুনি কোনো জনকল্যাণমূলক কাম কৰিব অথবা আনৰ প্ৰতি সেৱা আগবঢ়াব। 

কৰ্কট : (২২ জুন- ২২ জুলাই)

আপুনি অনুভৱ কৰিব যে আপুনি বিচাৰি থকা প্ৰেম পাইছে আৰু বিশ্বজয় কৰিবলৈ সাজু হৈছে। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত কোনো শিক্ষামূলক ভ্ৰমণত যোৱাৰ সম্ভাৱনা আছে।আপোনাৰ উত্সা-উদ্দীপনা আৰু আত্মবিশ্বাস তুংগত থাকিব আৰু সংযোগ থকা ব্যক্তিসকলৰ সৈতে কামৰ বাবে অধিক যোগাযোগ কৰিব। প্ৰেম, মানুহ আৰু স্থানে আপোনাৰ জীৱনত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। 

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি প্ৰেমৰ স্বৰ্গীয় অনুভূতিৰ মাজত থাকিব পাৰে আৰু আপুনি আপোনাৰ আবেগ-অনুভূতি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত ভাগ-বাটোৱাৰা কৰিবলৈ বিচাৰিব পাৰে। আপোনাৰ সৈতে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই সহমত পোষণ কৰাৰ পাছত আপোনাৰ হৃদয় আনন্দত উঠলি উঠিব। সময়ত এটা পৰিৱৰ্তন সাধন হ'ব। আপুনি নতুন ব্যক্তিৰ সৈতে বন্ধুত্ব গঢ়িব আৰু চাকৰিত এটা নতুন স্থান পাব। ওচৰ-চুবুৰীয়া বা প্ৰতিবেশীয়ে আপোনাক কোনো লাভ দিব। আপোনাৰ দৈনন্দিন কাম-কাজ নিয়মীয়া আৰু ভাৰসাম্যশীল হব। 

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

মানুহে আপোনাৰ মৰমৰ জন বা গৰাকীৰ বাবে ধন খৰচ কৰিব ৷ তেওঁৰ বাবে আপুনি সুন্দৰ উপহাৰ ক্ৰয় কৰিব বা এটা বিলাসী সামগ্ৰী কিনিব ৷ আপোনালোক দুয়োজনে একেলগে সুন্দৰ সময় অতিবাহিত কৰিব ৷ আপোনাৰ সন্মান বৃদ্ধি পাব ৷ আপোনাৰ বিত্তীয় দিশ সম্পৰ্কত আপুনি সাৱধানেৰে সিদ্ধান্ত ল'ব ৷ আপুনি অপৰিচিত ব্যক্তিকো আপোনাৰ বন্ধুত পৰিণত কৰিব ৷ আপোনাৰ দৃষ্টিভংগীৰ দ্বাৰা তেওঁলোক মুগ্ধ হ'ব ৷ 

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি প্ৰকৃততে কামনা ব্যক্তিজন সম্পৰ্কে আপোনাৰ মনত ভুল ধাৰণা গঢ় লৈ উঠিব পাৰে ৷ আপুনি আপোনাৰ প্ৰবৃত্তিৰ প্ৰতি গুৰুত্ব দিয়া উচিত ৷ এই সময় হৈছে ধন অৰ্জন কৰাৰ সময় ৷ আপুনি এটা সিদ্ধান্ত ল'ব পাৰিব ৷ আপুনি শক্তিশালীভাবে আপোনাৰ প্ৰতিপক্ষৰ সন্মুখীন হ'ব ৷ আপোনাৰ পেচাগত সংযোগ বৃদ্ধি পাব ৷ আপোনাৰ আয় ভাল হ'ব আৰু কামত আপুনি সহায় পাব ৷

বৃশ্চিক : (২৪ অক্টোবৰ- ২২ নৱেম্বৰ)

এই সময়ছোৱা আপোনাৰ বাবে সম্পূৰ্ণৰূপে ভাল সময়। আপোনাৰ পৰীক্ষাৰ ফলাফল আপোনাৰ অনুকূল হব। আপুনি চাকৰি সলনি কৰাৰ বিষয়ে চূড়ান্ত সিদ্ধান্ত লব আৰু এটা নতুন ব্যৱসায় আৰম্ভ কৰিব। কোনো ব্যক্তিয়ে আপোনাৰ অন্তৰত আঘাত দিব পাৰে। আপোনাৰ উৰ্ধতন বিষয়াই আপোনাক সম্পূৰ্ণ সহায়-সমৰ্তন কৰিব। প্ৰভাৱশালী ব্যক্তিৰ লগত আপোনাৰ যোগাযোগে অকথিত লাভ দিব। আপোনাৰ ব্যক্তিগত জীৱন শান্তিপূৰ্ণ হব। আপুনি আপোনাৰ জীৱনসংগীৰ লগত উত্পাদনশীল সময় অতিবাহিত কৰিব। আপুনি আপোনাৰ সকলো শক্তি-সামৰ্থ খটুৱাই কাম কৰিব। আপুনি আপোনাৰ ঘনিষ্ঠজনৰ আস্থা জয় কৰিব। মানুহে আপোনাৰ ভদ্ৰ আৰু অমায়িক আচৰণক প্ৰশংসা কৰিব। সপ্তাহটোৰ শেষৰফালে আপুনি ব্যৱসায় সংক্ৰান্তীয় ভ্ৰমণ হাতত লব পাৰে, যিটো ফলদায়ক হব।

ধনু : (২৩ নৱেম্বৰ- ২১ ডিচেম্বৰ)

আপুনি প্ৰকৃততে কামনা ব্যক্তিজন সম্পৰ্কে আপোনাৰ মনত ভুল ধাৰণা গঢ় লৈ উঠিব পাৰে ৷ আপুনি আপোনাৰ প্ৰবৃত্তিৰ প্ৰতি গুৰুত্ব দিয়া উচিত ৷ এই সময় হৈছে ধন অৰ্জন কৰাৰ সময় ৷ আপুনি এটা সিদ্ধান্ত ল'ব পাৰিব ৷ আপুনি শক্তিশালীভাবে আপোনাৰ প্ৰতিপক্ষৰ সন্মুখীন হ'ব ৷ আপোনাৰ পেচাগত সংযোগ বৃদ্ধি পাব ৷ আপোনাৰ আয় ভাল হ'ব আৰু কামত আপুনি সহায় পাব ৷

মকৰ : (২২ ডিচেম্বৰ- ২০ জানুৱাৰী)

আপোনাৰ কৰ্ম-সূচী প্ৰত্যাহ্বানজনক হব পাৰে। আপুনি কাম আৰু ৰোমাণ্টিক জীৱনত ভাৰসাম্য ধৰি ৰখাৰ বাবে সকলো ধৰণৰ চেষ্টাই চলাব লাগিব। সন্ধিয়াৰ সময়ছোৱা আপোনাৰ বাবে আৰামদায়ক হব। আপুনি প্ৰচেষ্টাৰ জৰিয়তে প্ৰচুৰ ধন অৰ্জন কৰিব পাৰিব। আপুনি কোনোবাজনক ধন ধাৰে দিব পাৰে বা কাৰোবাৰ পৰা ধন ধাৰে লৈ সোনকালে উভতাই দিব পাৰে।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)আপোনাৰ আগন্তক সপ্তাহৰ ৰাশিফল ( ২১ নৱেম্বৰ, দেওবাৰ, ২০২১)

আপোনাৰ বাবে পৰিস্থিতি উন্নত হব। আপুনি আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনালোকৰ সৈতে জড়িত সৰু সৰু কথা বা বস্তুবোৰকো মূল্য দিবলৈ লব। আপোনাৰ প্ৰেমৰ সম্পৰ্ক আনন্দদায়ক হব। আপোনাৰ মন সন্দেহ আৰু অনিশ্চয়তাৰে ভৰ-পূৰ হৈ থাকিব যাৰ পৰা আপুনি সোনকালেই মুক্তি পোৱাৰ প্ৰয়োজন হব। আপোনাৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি এটা সুন্দৰ দিনৰ দিশে অগ্ৰসৰ হৈছে। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত আনন্দ-স্ফূৰ্তিৰ মাজত থাকিব, কাৰণ আপোনালোক দুযোজন সোনকালেই বিবাহপাশত আবদ্ধ হব পাৰে। ভুল বুজাবুজি এৰাই চলক আৰু পাৰ্টীত অংশ লওক। আপুনি আপোনাৰ পৰিকল্পনাৰ ব্লু-প্ৰিণ্ট প্ৰস্তুত কৰিব। আজিৰ দিনটো আপোনাৰ বাবে অনুকূল দিন হব। কামক আপুনি অগ্ৰগতি অৰ্জন কৰিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com