Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল , (২৫ ডিচেম্বৰ, শনিবাৰ, ২০২১)

জন্মদিনৰ শুভাশুভ (আজি জন্মদিন থকাসকলৰ)

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল , (২৫ ডিচেম্বৰ, শনিবাৰ, ২০২১)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 Dec 2021 2:36 AM GMT

জন্মদিনৰ শুভাশুভ (আজি জন্মদিন থকাসকলৰ)

শুভ তাৰিখসমূহ :৭, ১৬, ২৫

শুভ বাৰসমূহ : মঙলবাৰ, শুকুৰবাৰ, শনিবাৰ

শুভ ৰংসমূহ : বগা, নীলা, সেউজীয়া



আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল , (২৫ ডিচেম্বৰ, শনিবাৰ, ২০২১)

মেষ : (মাৰ্চ ২১ - এপ্ৰিল ২০)





আপোনাৰ স্বাধীনচিতিয়া মনোভাৱৰ বাবে আপুনি অধিক স্বাধীনতা বিচাৰিব, কিন্তু আপোনাৰ জীৱনসংগীয়ে তাকে কৰিবলৈ কোনপধ্যেই সন্মত নহব। আপুনি আপোনাৰ বাবে কি সৰ্বোত্তম সেয়া নিজেই ঠাৱৰ কিৰব লাগিব। আপোনাৰ ব্যয় বৃদ্ধি পাব। আপুনি সামাজিক কাম-কাজতো ব্যস্ত থাকিব পাৰে। আপুনি এজন গৰুত্বপূৰ্ণ ব্যক্তিক লগ পাব।

বৃষ : (এপ্ৰিল ২১- মে ২১)




পৰিস্থিতি সহজভাবে লোৱাৰ চেষ্টা কৰক আৰু জীৱন সহজ হৈ পৰিব। এই কাৰ্য প্ৰধানকৈ আপোনাৰ প্ৰেমিকা ভাল মুডত নাথাকিলে কৰিব। অপ্ৰয়োজনীয়ভাবে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিব। আপুনি চেষ্টাৰ বলত ধন আহৰণ কৰিব। আপুনি পৰিয়ালত সন্মানৰ ক্ষেত্ৰত শীৰ্ষত থাকিব ৷ আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'ব ৷ এক নিৰ্দিষ্ট ধৰণেৰে ভৱিষ্যতৰ পৰিকল্পনা প্ৰস্তুত কৰিব।

মিথুন : (মে ২২ - জুন ২১)



আপুনি লৰাঢপৰাকৈ কাম কৰি ফুৰিব গতিকে আপুনি অসুবিধাজনক পৰিস্থিতিৰ সন্মুখীন হব নালাগিব। কাৰণ আপোনাৰ বুজাপৰা থাকিব। আপুনি মন আৰু হৃদয়েৰে চেষ্টা কৰি সমস্যা দূৰ কৰিব পাৰিব ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক সন্তুষ্ট কৰি ৰাখিব পাৰিব ৷ আপুনি আপোনাৰ ফালে মানুহক আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব ৷ কামৰ ক্ষেত্ৰত আপুনি লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব ৷

কৰ্কট : (জুন ২২ - জুলাই ২২)




আপুনি আপোনাৰ সৰ্বশ্ৰেষ্ঠখিনি উজাৰি চেষ্টা চলোৱা সত্বেও আপুনি আপোনাৰ প্ৰেমিকাৰ দাবী পূৰণ কৰিব নোৱাৰিব পাৰে। আপুনি আপোনাৰ বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰিব আৰু তেওঁলোকৰ লগত আপোনাৰ ভাব-অনুভূতি ভাগ-বাটোৱাৰা কৰিব ৷ আপুনি আপোনাৰ সন্তানৰ কেৰিয়াৰৰ পথ বাচি দিয়াত সফল হ'ব ৷

সিংহ : (জুলাই ২৩ - আগষ্ট ২৩)




আপুনি আপোনাৰ কোনো গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ লেখীয়া কোনো কামত আজিৰ পিছবেলাৰ সময়খিনিত ব্যস্ত হব লাগিব। আপুনি কিছু চৰকাৰী সা-সুবিধা লাভ কৰিব পাৰে ৷ আপুনি মানসিক চাপ আৰু দুঃশ্চিন্তাৰ পৰা মুক্তি পাব ৷ কাম সম্পূৰ্ণ হোৱাত আপুনি সুখী হ'ব ৷ আপুনি আনন্দিত হৈ থাকিব আৰু মানসিক শান্তি পাব ৷

কন্যা ৰাশি : (আগষ্ট ২৪- ছেপ্টেম্বৰ ২২)





আপুনি আপোনাৰ কোনো গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ লেখীয়া কোনো কামত আজিৰ পিছবেলাৰ সময়খিনিত ব্যস্ত হব লাগিব। আপুনি কিছু চৰকাৰী সা-সুবিধা লাভ কৰিব পাৰে ৷ আপুনি মানসিক চাপ আৰু দুঃশ্চিন্তাৰ পৰা মুক্তি পাব ৷ কাম সম্পূৰ্ণ হোৱাত আপুনি সুখী হ'ব ৷ আপুনি আনন্দিত হৈ থাকিব আৰু মানসিক শান্তি পাব ৷

তুলা : (ছেপ্টেম্বৰ ২৩ - অক্টোবৰ ২৩)





আপুনি আপোনাৰ জীৱনসংগীৰ ওপৰত কিছু নিৰ্ভৰশীল হবলৈ আৰম্ভ কৰিব । আনকি তেওঁ সহায় বিচাৰিলেও তেওঁৰ ওপৰতহে নিৰ্ভৰশীল হৈ পৰিব। ৷ আপুনি এই সময়ছোৱাত স্থায়ী সিদ্ধান্ত ল'ব লাগিব ৷ আজিৰ দিনটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন হ'ব ৷ আপুনি কামৰ ক্ষেত্ৰত সৰ্বোত্তম ফল পাব ৷ আপোনাৰ স্বাস্থ্য ভাল হব।

বৃশ্চিক : (অক্টোবৰ ২৪ - নৱেম্বৰ ২২)







আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাৰ মতে কাম নকৰিলে আপোনাৰ ধৈৰ্যৰ বান্ধ খোল খাব পাৰে। আপুনি আপোনাৰ ভৱিষ্যতৰ আত্মীয় হ'বলগীয়া পৰিয়ালৰ গৃহলৈ এক দূৰ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ মইমতীয়া আচৰণ কৰাৰ পৰিৱৰ্তে আপুনি সুমিষ্ট আচাৰ-আচৰণ কৰক আৰু তাৰ ফলাফল চাওক ৷

ধনু : (নৱেম্বৰ ২৩ - ডিচেম্বৰ ২১)




প্ৰেমে আপোনাক কৃপা কৰিব। আপুনি লগ পোৱা কোনো মোহনীয় ব্যক্তি আপোনাৰ প্ৰতি আকৰ্ষিত হব। ৷ আপুনি সকলো আদৰ যতনৰ কেন্দ্ৰত থাকিবলৈ বিচাৰিব আৰু ইয়াক বহু ধৰণেৰে পাবলৈ চেষ্টা কৰিব ৷ আপোনাৰ সন্মান বৃদ্ধি পাব ৷ আপোনাৰ বিত্তীয় দিশ সম্পৰ্কত আপুনি সাৱধানেৰে সিদ্ধান্ত ল'ব ৷ আপোনাৰ বাবে আজিৰ দিনটো এটা সুন্দৰ দিন হব।

মকৰ ৰাশি : (ডিচেম্বৰ ২২ - জানুৱাৰী ২০)





আপোনাৰ প্ৰেম-জীৱন অতি সুখৰ হব। আপোনালোক প্ৰেমিক-প্ৰেমিকা দুয়োজনে একেলগে সুন্দৰ সময় অতিবাহিত কৰিব ৷ আপোনাৰ সন্মান বৃদ্ধি পাব ৷ আপোনাৰ বিত্তীয় দিশ সম্পৰ্কত আপুনি সাৱধানেৰে সিদ্ধান্ত ল'ব ৷ আপুনি অপৰিচিত ব্যক্তিকো আপোনাৰ বন্ধুত পৰিণত কৰিব ৷ আপুনি চেষ্টাৰ বলত ভাল ফল পাব ৷ আপোনাৰ আইনী সমস্যা সমাধান হ'ব ৷

কুম্ভ ৰাশি : (জানুৱাৰী ২১ - ফেব্ৰুৱাৰী ১৮)আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৭ ডিচেম্বৰ, শুক্ৰবাৰ, ২০২১)




আপোনাৰ লক্ষ্য আৰু উদ্দেশ্য হব আপোনাৰ প্ৰেম-ৰোমান্স সজীৱ কৰি ৰখা। আপুনি আপোনাৰ প্ৰবৃত্তিৰ প্ৰতি গুৰুত্ব দিয়া উচিত ৷ এই সময় হৈছে ধন অৰ্জন কৰাৰ সময় ৷ আপুনি এটা সিদ্ধান্ত ল'ব পাৰিব ৷ আপুনি শক্তিশালীভাবে আপোনাৰ প্ৰতিপক্ষৰ সন্মুখীন হ'ব ৷ আপোনাৰ পেচাগত সংযোগ বৃদ্ধি পাব ৷ আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰ মাজত ভাল বুজাপৰা থাকিব।

মীন : (ফেব্ৰুৱাৰী ১৯- মাৰ্চ ২০)



ভৱিষ্যতৰ আঁচনি প্ৰস্তুতে আপোনাৰ বহু সময় লব। কাৰণ আপুনি আপোনাৰ বৰ্তমানৰ প্ৰেম-ৰোমান্সক গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে। কাৰ্যালয়ৰ কামত আপুনি কৃতকাৰ্যতা অৰ্জন কৰিব ৷ আপুনি মানসিকভাবে সন্তুষ্ট হ'ব লাগিব ৷ আপুনি আোপনাৰ আ্ত্মীয়-স্বজনৰ পৰা অধিক আসা নকৰিব ৷ আপুনি সকলোকে মুগ্ধ কৰিব ৷

Next Story
চাকৰি