Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ২৯ ডিচেম্বৰ, বুধবাৰ, ২০২১)

জন্মদিনৰ শুভাশুভ (আজি জন্মদিন থকাসকলৰ)

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ২৯ ডিচেম্বৰ, বুধবাৰ, ২০২১)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Dec 2021 3:23 AM GMT



জন্মদিনৰ শুভাশুভ (আজি জন্মদিন থকাসকলৰ)

শুভ তাৰিখসমূহঃ ২, ১১, ২০,২৯

শুভ বাৰসমূহঃ সোমবাৰ. বুধবাৰ, শুকুৰবাৰ

শুভ ৰংসমূহঃ সেউজীয়া, নীলা, বেঙুণীয়া




আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ২৯ ডিচেম্বৰ, বুধবাৰ, ২০২১)

মেষ : (মাৰ্চ ২১ - এপ্ৰিল ২০)






আপুনি আপোনাৰ কৰ্মস্থলীৰ সকলোৰে অন্তৰ জয় কৰিব। আপুনি আপোনাৰ সহকৰ্মী আৰু জ্যেষ্ঠসকলৰ প্ৰত্যাশাও পূৰণ কৰিব। আপোনাৰ বাৰ্তা-সংযোগ অদ্বিতীয় হব আৰু আপুনি এই গুণৰ সফল প্ৰয়োগ কৰিবলৈ সক্ষম হব। আপোনাৰ জীৱনসংগীৰ লগত আপোনাৰ বান্ধোন পৰিপূৰ্ণ হব। আৰু আপুনি অংশীদাৰী বা যৌথ ব্যৱসায়ৰ বাবে অফাৰ পাব। .

বৃষ : (এপ্ৰিল ২১- মে ২১)





প্ৰেমে আপোনাৰ দুৱাৰত খটখটাইছে। আৰু আপোনাৰ জীৱনত এগৰাকী নতুন ব্যক্তিৰ প্ৰৱেশ ঘটিব। এই সম্পৰ্ক উষ্ণ আৰু আশা-প্ৰত্যাশা পূৰণকাৰী হব। কিন্তু আপোনালোক ইজনে-সিজনক বুজি পোৱাৰ বাবে সময় লব। আপুনি বিশ্বস্ত আৰু প্ৰতিশ্ৰুতিবদ্ধ হব। আপুনি এইক্ষেত্ৰত লোৱা যিকোনো সিদ্ধান্তক আপোনাৰ পৰিয়ালে পূৰ্ণ সমৰ্থন জনাব । আপোনাৰ বিত্তীয় অৱস্থা উত্কৃষ্টমানৰ হব। আপুনি পৰিয়ালক লগত লৈ এটা চমু দূৰত্ব ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে।

মিথুন : (মে ২২ - জুন ২১)



আপোনৰা পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্য উদ্বেগৰ বিষয় হব পাৰে। আপুনি বৰ্ধিত খৰচৰ বোজা বহন কৰিবলগীয়া হব। ইয়ে আপোনাৰ ওপৰত মানসিক চাপৰ সৃষ্টি কৰিব পাৰে আৰু আপুনি নাৰ্ভাছ অনুভৱ কৰিব। তথাপি আপুনি ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব আৰু ভগৱানে আপোনাক সকলো সংকট অতিক্ৰম কৰাত সহায় কৰিব। আপুনি আপোনাৰ বন্ধু-বান্ধৱৰ পৰা পূৰ্ণ নৈতিক আৰু বিত্তীয় সহায় পাব। আপুনি পৰিয়ালৰ সম্পত্তিৰ সৈতে জড়িত কোনো পুৰণি বিবাদ নিস্পত্তিৰ বাবে সকলোকে সন্তুষ্ট কৰিব পৰা এটা সংকল্প লব ।

কৰ্কট : (জুন ২২ - জুলাই ২২)






আজি কৰ্মস্থলীত আপোনাক এটা গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হব। ইয়ে আপোনাৰ পদ-মৰ্য়াদা বৃদ্ধি কৰিব আৰু আপুনি আনৰ বাবে অনুকৰণীয় ৰোল মডেলত পৰিণত হব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ বুজা-পৰা থকা গুণসম্পন্ন হ'ব ৷ সময়মতে কাম শেষ কৰিবলৈ আপোনাৰ ওপৰত হেঁচা থাকিব আৰু আপোনাৰ কিছু পৰিৱৰ্তন ঘটিব ৷ আপুনি প্ৰচুৰ মানসিক শান্তি আৰু সন্তুষ্টি লাভ কৰিব ৷ আপুনি আপোনাৰ সন্তানৰ পৰা সুখ পাব ৷

সিংহ : (জুলাই ২৩ - আগষ্ট ২৩)




আজি কৰ্মস্থলীত আপোনাক এটা গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হব। ইয়ে আপোনাৰ পদ-মৰ্য়াদা বৃদ্ধি কৰিব আৰু আপুনি আনৰ বাবে অনুকৰণীয় ৰোল মডেলত পৰিণত হব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ বুজা-পৰা থকা গুণসম্পন্ন হ'ব ৷ সময়মতে কাম শেষ কৰিবলৈ আপোনাৰ ওপৰত হেঁচা থাকিব আৰু আপোনাৰ কিছু পৰিৱৰ্তন ঘটিব ৷ আপুনি প্ৰচুৰ মানসিক শান্তি আৰু সন্তুষ্টি লাভ কৰিব ৷ আপুনি আপোনাৰ সন্তানৰ পৰা সুখ পাব ৷

কন্যা ৰাশি : (আগষ্ট ২৪- ছেপ্টেম্বৰ ২২)






আপুনি এটা সুন্দৰ আৰু সুখৰ দিন উপভোগ কৰিব। কাৰোৰে সৈতে তৰ্ক-বিতৰ্ক নকৰিব, কাৰণ মাৰপিত হ'ব পাৰে ৷ আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীৰ লগত আপোনাৰ কিছু গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে ৷ আপুনি কৰ্ম সংক্ৰান্তীয় বিষয়ত সফলতা অৰ্জন কৰিব ৷ আপুনি আপোনাৰ সন্মান বৃদ্ধি কৰিব ৷ আপুনি নিজৰ মাজত ইতিবাচকতা অনুভৱ কৰিব ৷

তুলা : (ছেপ্টেম্বৰ ২৩ - অক্টোবৰ ২৩)






আজিৰ দিনটো আপোনাৰ বাবে অনুকূল দিন হব আৰু আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে হৃদয় খুলি কথা পাতিব। আপুনি কিছু উত্থান-পতন আশা কৰিব পাৰে ৷ আপুনি বাহিৰলৈ ফুৰিবলৈ যোৱাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ কেৰিয়াৰত সফলতা অৰ্জন কৰিব আৰু প্ৰচুৰ নাম আৰু যশস্যা আহৰণ কৰিব ৷ আপুনি আইনী বিষয়ত সফলতা অৰ্জন কৰিব ৷

বৃশ্চিক : (অক্টোবৰ ২৪ - নৱেম্বৰ ২২)







যদি আপুনি প্ৰতিশ্ৰুতিবদ্ধ নহয়, তেন্তে আপুনি কথা-বতৰাবোৰত মূল ভূমিকা লোৱাটো নিশ্চিত। আপোনাৰ আপুনি অনেক অনুগামী আৰু অনুৰাগী পাব ৷ সময়ত এয়া নিজেই হ'ব ৷ আপুনি অতিশয় সুখী হ'ব ৷ আপুনি নতুন কাপোৰ আৰু আ-অলংকাৰ ক্ৰয়ত ধন ব্যয় কৰিব ৷ আপুনি কিছু খেলাধূলাও কৰিব আৰু তাৰ সৈতে ব্যস্ত থাকিব ৷ আপোনাৰ স্বাস্থ্য সুন্দৰ হৈ থাকিব ৷ৰিব ৷

ধনু : (নৱেম্বৰ ২৩ - ডিচেম্বৰ ২১)




আপোনাৰ প্ৰিয়জনে আপোনাৰ মতামতৰ সৈতে ঐক্যমত পোষণ নকৰিব আৰু ইয়াক লৈ দুযোৰে মাজত বাক-বিতণ্দা হব পাৰে। আপোনাৰ ব্যয় বৃদ্ধি পাব ৷ আপোনাৰ কাম সম্পন্ন হ'ব ৷ আপুনি সামাজিক কাম-কাজত ব্যস্ত থাকিব ৷ আপুনি নিজকে পুনৰ সজীৱ কৰাৰ বাবে অফুৰন্ত সময় পাব আৰু পাৰ্টীত অংশ ল'ব ৷ সুখ-হাঁহিৰ পৰিৱেশ গঢ়াত আপোনাৰ আপোনজনে সহায় কৰিব ৷

মকৰ ৰাশি : (ডিচেম্বৰ ২২ - জানুৱাৰী ২০)






আপোনাৰ জীৱনত কিছু বৈপৰীত্যই দেখা দিব পাৰে আৰু সেয়া শান্ত মনেৰে আলোচনা কৰা উচিত। প্ৰথমে আপোনাৰ ভেটি শক্তিশালী হ'বলৈ দিয়ক ৷ আপোনাৰ স্বাস্থ্যৰ উন্নতি সাধন হ'ব ৷ যদি আপুনি আপুনি ভৱিষ্যতৰ পৰিকল্পনা কৰিছে, তেন্তে সকলো কথাৰ যতন লওক ৷ আপোনাৰ বৰ্তমানৰ অৱস্থা কেনে, সেয়া আপোনাৰ বাবে গুৰুত্বপূৰ্ণ বিষয় হ'ব ৷ কিন্তু এয়াও গুৰুত্বপূৰ্ণ হব।

কুম্ভ ৰাশি : (জানুৱাৰী ২১ - ফেব্ৰুৱাৰী ১৮)আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৭ ডিচেম্বৰ, শুক্ৰবাৰ, ২০২১)







আজি আপোনাৰ কৰ্ম-ক্ষেত্ৰত উজ্বলি উঠিব পাৰে । আপোনাৰ মানসিক দৃঢতা আৰু সততাই আপোনাক সহায় কৰিব। আপুনি আজি পুৰণি বন্ধু-বান্ধৱক লগ পাব পাৰে ৷ আপুনি এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পাব ৷ আপুনি আপোনাৰ কামত উজলি উঠিব ৷ আপুনি সন্মুখীন হোৱা জটিলতা দূৰ হ'ব ৷ সময় আপোনাৰ অনুকূল ৷ আপুনি এটা উজ্জ্বল ভৱিষ্যতৰ সপোন দেখিব আৰু সেই অনুসৰি কাম কৰিব ৷

Heading

Content Area


মীন : (ফেব্ৰুৱাৰী ১৯- মাৰ্চ ২০)



আপুনি ৰাজহুৱা স্থানত কোনোবা এগৰাকী ব্যক্তিক লগ পাব পাৰে আৰু তেওঁৰ লগত ৰোমাণ্টিক সম্পৰ্ক আৰম্ভ হব পাৰে। আপুনি আপোনাৰ আশা-প্ৰত্যাশা সীমিত কৰাৰ প্ৰয়োজন আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা এতিয়াই অধিক বিচৰাতো আগতীয়া কথা হ'ব ৷ আপোনাৰ ভাই-ককাইৰ লগত থকা ব্যৱধান দূৰ হ'ব ৷ আপুনি কোনো ব্যক্তিৰ পৰা দামী উপহাৰ পাব পাৰে ৷

Next Story
চাকৰি