Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ৩০ ডিচেম্বৰ, বৃহস্পতিবাৰ, ২০২১)

জন্মদিনৰ শুভাশুভ (আজি জন্মদিন থকাসকলৰ)

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ৩০ ডিচেম্বৰ, বৃহস্পতিবাৰ, ২০২১)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 Dec 2021 3:38 AM GMT

জন্মদিনৰ শুভাশুভ (আজি জন্মদিন থকাসকলৰ)

শুভ তাৰিখসমূহঃ ৩, ১২, ২১, ৩০

শুভ বাৰসমূহঃ দেওবাৰ, বুধবাৰ, বৃহস্পতিবাৰ

শুভ ৰংসমূহঃ বগা, ৰঙা, নীলা




আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ৩০ ডিচেম্বৰ, বৃহস্পতিবাৰ, ২০২১)

মেষ : (মাৰ্চ ২১ - এপ্ৰিল ২০)






আপুনি কামৰ অত্যধিক হেঁচাৰ বাবে প্ৰেম-জীৱনৰ প্ৰতি গুৰুত্ব দিব নোৱাৰিব পাৰে। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই এই কথা বুজি পাব আৰু কথা-বতৰাবোৰ আপোনাৰ বাবে সহজ কৰি তুলিব। কৰ্মস্থলীৰ পৰা আপুনি এনে এটা খবৰ পাব, যিয়ে আপোনাৰ মন প্ৰফুল্লিত কৰি তুলিব। আপুনি আপোনাৰ কৰ্ম-ধাৰণাক পূৰ্ণাংগৰূপত কাৰ্যকৰী কৰিবলৈ সক্ষম হব। আপোনাৰ পৰিয়ালত সু-সম্পৰ্ক থকা সুন্দৰ মৰম-চেনেহৰ বান্ধোন থাকিব।

বৃষ : (এপ্ৰিল ২১- মে ২১)





অতীতৰ বেয়া স্মৃতি পাহৰি যোৱাটোৱে আপোনাক জীৱন নতুনকৈ আৰম্ভ কৰাত সহায় কৰিব আৰু প্ৰেমৰ সম্পৰ্কলৈ আনন্দ আনিব পাৰিব। আপোনাৰ প্ৰতি আপোনাৰ এজন সহকৰ্মী ইৰ্ষান্বিত হব আৰু সেয়া আপোনাৰ বাবে আমনিদায়ক হব। আপুনিও তেওঁক আঘাত কৰাৰ পৰিকল্পনা কৰিব। আপুনি আপোনাৰ জীৱনসংগীৰ লগত পূৰ্ণাংগ বান্ধোনৰ ভাগ-বাটোৱাৰা কৰিব। কিন্তু আপুনি ধৈৰ্য ধৰাৰ প্ৰয়োজন হব। আপোনাৰ আয়ৰ উত্সও মৰহি যাব।

মিথুন : (মে ২২ - জুন ২১)



আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছু আবেগিক অস্থিৰতাৰ সৃষ্টি হব পাৰে, যিয়ে আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত সন্দেহ গাঢ় কৰিব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত কথা-বতৰাবোৰ খুলাখুলিকৈ পতা উচিত আৰু সমস্যা সমাধানৰ চেষ্টা কৰা উচিত। আপুনি আপোনাৰ বন্দু-বান্ধৱ আনকি পৰিয়ালৰ পৰাও সকাহ-সমৰ্থন পাব। আপোনাৰ মতামত আৰু ধাৰণাৰ দ্বাৰা মানুহ প্ৰভাৱিত হব। আপোনাৰ আয়ৰ উত্স ধীৰ হৈ থাকিব।

কৰ্কট : (জুন ২২ - জুলাই ২২)






আপুনি আপোনাৰ নগৰৰ পৰা বাহিৰলৈ যাব আৰু ইয়ে গোটেই দিন আপোনাক ব্যস্ত কৰি ৰাখিব। আপুনি এই ভ্ৰমণৰ সময়ত এজন মৰমীয়াল ব্যক্তিৰ সান্নিধ্যলৈ আহিব আৰু তেওঁৰ লগত সম্পৰ্ক গঢ়াৰ সম্ভাৱনা আছে। আপোনাৰ ঘৰত কোনো মাংগলিক অনুষ্ঠানৰ আয়োজন হব পাৰে। এয়া ব্যয়বহুল আৰু ডাঙৰ অনুষ্ঠান হব। আপুনি আপোনাৰ প্ৰিয়জন আৰু বন্ধু-বান্ধৱৰ লগত সুন্দৰ সময় অতিবাহিত কৰিব।

সিংহ : (জুলাই ২৩ - আগষ্ট ২৩)




আপুনি আপোনাৰ দৰে ব্যস্ত তথা সময় ৰাহি কৰিব নোৱৰা এগৰাকী ব্যক্তিৰ প্ৰতি আকৰ্ষিত হব পাৰে। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ ওপৰত অধিক বোজা জাপি দিয়াৰ চেষ্টা নকৰিব। কাৰণ ইয়াৰ দ্বাৰা সম্পৰ্কত ব্যাঘাত জন্মিব পাৰে। আপুনি বিদেশৰ পৰা এটা চাকৰিৰ প্ৰস্তাৱো পাব পাৰে। ব্যৱসায়ীসকলে বিদেশৰ পৰা এটা ঠিকা পাব।

কন্যা ৰাশি : (আগষ্ট ২৪- ছেপ্টেম্বৰ ২২)






আপোনাৰ প্ৰেম-জীৱন সুন্দৰ হব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকা আনন্দদায়ক হব। ফলত আপুনি এনে অনুভৱ কৰিব যে সকলোখিনিয়েই মূল্যবান। আপুনি ওচৰতে কৰবালৈ ফুৰিবলৈ যোৱাৰ ইংগিত সূচিত হৈছে। আপুনি প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত বহু কথা আলোচনা কৰিবলগীয়া আছে ৷ আপুনি অধিক লাভ অৰ্জন কৰাৰ সম্ভাৱনা আছে। আপোনাৰ সন্মান বৃদ্ধি পাব ৷ বিক্ৰেতাসকলৰ বাবে পৰিস্থিতি ভাল ৷

তুলা : (ছেপ্টেম্বৰ ২৩ - অক্টোবৰ ২৩)






আপোনাৰ বাবে আজিৰ দিনটো এটা সুন্দৰ দিন হব। আপুনি বাহিৰকৈ কিছু ধনো অৰ্জন কৰিব। আপুনি কৰ্মস্থলীত আগবঢ়োৱা প্ৰস্তাৱো গৃহীত হব। আপুনি আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীৰ আস্থা আৰু বিশ্বাস অৰ্জন কৰিবলৈ সক্ষম হব। আপুনি আপোনাৰ সমস্যা সমাধানৰ বাবে সুযোগ পাব। আপুনি আপোনাক সদায়ে সহায় কৰিবলৈ সাজু থকা আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা সহায় লওক ৷

বৃশ্চিক : (অক্টোবৰ ২৪ - নৱেম্বৰ ২২)







যদি আপুনি প্ৰতিশ্ৰুতিবদ্ধ নহয়, তেন্তে আপুনি কথা-বতৰাবোৰত মূল ভূমিকা লোৱাটো নিশ্চিত। আপোনাৰ আপুনি অনেক অনুগামী আৰু অনুৰাগী পাব ৷ সময়ত এয়া নিজেই হ'ব ৷ আপুনি অতিশয় সুখী হ'ব ৷ আপুনি নতুন কাপোৰ আৰু আ-অলংকাৰ ক্ৰয়ত ধন ব্যয় কৰিব ৷ আপুনি কিছু খেলাধূলাও কৰিব আৰু তাৰ সৈতে ব্যস্ত থাকিব ৷ আপোনাৰ স্বাস্থ্য সুন্দৰ হৈ থাকিব ৷ৰিব ৷

ধনু : (নৱেম্বৰ ২৩ - ডিচেম্বৰ ২১)





আজি আপোনাৰ কৰ্মোদ্দ্যম তুংগত থাকিব আৰু আপোনাৰ মন ইতিবাচক হৈ থাকিব। আপুনি কৰ্মস্থলাীৰ পৰা এটা সুখদায়ক খবৰ পাব। ইয়ে আপোনাক প্ৰফুল্লিত কৰিব। আপোনালোকে পৰস্পৰৰ প্ৰতি অধিক মৰম-স্নেহ অনুভৱ কৰিব ৷ বিনিয়োগৰ পূৰ্বে ভালদৰে ভাবি-চিন্তি ল'ব ৷ অন্যথা আপোনাৰ ধন ক'ৰবাত আবদ্ধ হৈ পৰিব পাৰে ৷ আপুনি এটা ভাল খবৰ পাব।

মকৰ ৰাশি : (ডিচেম্বৰ ২২ - জানুৱাৰী ২০)






আজিৰ দিনটো আপোনাৰ বাবে এটা সুন্দৰ দিন হব। আপুনি ধৰা-বন্ধা সময়ত কাম সম্পূৰ্ণ কৰাৰ বাবে আপোনাৰ কাৰ্যালয় আৰু কামত বহু দেৰিলৈকে ব্যস্ত থাকিব। কিন্তু আপুনি কাম উপভোগ কৰিব। আপুনি আপোনাৰ সহক্ৰীসকলৰ লগত সুন্দৰ সময় অতিবাহিত কৰিব। আপুনি নিজকে সামাজিক কৰি তুলিব আৰু কোনো সামাজিক অনুষ্ঠানত আপোনাৰ প্ৰিয়জনৰ সৈতে অংশ ল'ব৷ বহু আলোচনা-বিলোচনাৰ পাছতহে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিব ৷

কুম্ভ ৰাশি : (জানুৱাৰী ২১ - ফেব্ৰুৱাৰী ১৮)আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৭ ডিচেম্বৰ, শুক্ৰবাৰ, ২০২১)







প্ৰেমে আপোনাক ৰিঙিয়াই মাতিছে। প্ৰেমে আপোনাৰ দুৱাৰত খটখটাইছে। এই সময়ছোৱা আপোনাৰ বাবে এক বিশেষ সময়। এগৰাকী অতি মোহনীয় ব্যক্তি আকস্মিকভাবে আপোনাৰ জীৱনলৈ আহিব পাৰে। আপুনি সম্পূৰ্ণৰূপে প্ৰেমত আৱিষ্ট হব পাৰে। আপোনাৰ এই প্ৰেমৰ সম্পৰ্ক মন ভৰাই তোলা হব। ৷ আপোনাৰ সহকৰ্মীৰ সৈতে সু-সম্পৰ্ক বৰ্তাই ৰাখিব ৷ আপুনি আপোনাৰ সন্তানৰ পৰা সুখ পাব।

Content Area


মীন : (ফেব্ৰুৱাৰী ১৯- মাৰ্চ ২০)



আপোনাৰ বাবে আজিৰ দিনটো সুখকৰ দিন হব। আপোনাৰ সন্মান বৃদ্ধি পাব। আপুনি কৰ্মৰ দ্বাৰা প্ৰশংসিত হব। আপুনি আপোনাৰ সৰ্বোত্তম সামৰ্থ অনুসৰি কাম কৰিব। আপোনাৰ বিত্তীয় অৱস্থা ভাল হৈ থাকিব। আপুনি ভৱিষ্যতৰ পৰিকল্পনা কৰিব। কিছু চমু ভ্ৰমণে আপোনাক উপকৃত কৰিব। অবিবাহিতসকলে উপযুক্ত পাত্ৰ-পাত্ৰীৰ পৰা বিয়াৰ প্ৰস্তাৱ পাব। আপোনাৰ মনত ধৰ্মৰ প্ৰতি আগ্ৰহো বৃদ্ধি পাব।

Next Story
চাকৰি