আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, ( ৩ জানুৱাৰী, সোমবাৰ, ২০২২ ).

জন্মদিনৰ শুভাশুভ (আজি জন্মদিন থকাসকলৰ)
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, ( ৩ জানুৱাৰী, সোমবাৰ, ২০২২ ).

জন্মদিনৰ শুভাশুভ (আজি জন্মদিন থকাসকলৰ)

শুভ তাৰিখসমূহঃ ৩,১২,২১,৩০

শুভ বাৰসমূহঃ মঙলবাৰ, বুধবাৰ, শনিবাৰ ৷

শুভ ৰংসমূহঃ গুলপীয়া, ক'লা, ৰঙা ৷

                                                           আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, ( ৩ জানুৱাৰী, সোমবাৰ, ২০২২ ).

মেষ : (মাৰ্চ ২১ - এপ্ৰিল ২০)

আপুনি নিজকে শুদ্ধ প্ৰমাণিত কৰাৰ চেষ্টা কৰি আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত কথা-বতৰাবোৰ তিক্ত হ'বলৈ নিদিব ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক আপোনাৰ সমানে গুৰুত্ব দিব ৷ আপুনি কামত ভাল প্ৰদৰ্শন কৰিব ৷ আপোনাৰ সামৰ্থ প্ৰশংসিত হ'ব ৷ আপোনাৰ দৈনন্দিন কাম-কাজ উপভোগ্য হ'ব ৷ 

বৃষ : (এপ্ৰিল ২১- মে ২১)

আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্কক বিয়াত পৰিণত কৰিবলৈ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক পতিয়ন নিওৱাৰ চেষ্টা কৰিব ৷ উছাহ-উদ্দীপনাৰ মাজতে আপুনি আপোনাৰ বিয়াৰ পৰিকল্পনা কৰিব পাৰে ৷ আপুনি এক ইতিবাচক মন লৈ থাকিব ৷ আপুনি সম্পূৰ্ণ স্বাভাৱিকভাবে কিছু আহৰণ কৰিব ৷ আপুনি বিত্তীয় লাভ অৰ্জনৰ ইংগিত সূচিত হৈছে ৷ 

মিথুন : (মে ২২ - জুন ২১)

আপোনাৰ মন সলনি হৈ থাকিব ৷ ইয়ে প্ৰেমৰ সম্পৰ্কত কিছু জটিলতাৰ সৃষ্টি কৰিব পাৰে , আপুনি মন আৰু হৃদয়েৰে চেষ্টা কৰি সমস্যা দূৰ কৰিব পাৰিব ৷ আপুনি চেষ্টাৰ বলত ধন আহৰণ কৰিবলৈ সক্ষম হ'ব ৷ আপুনি আপোনাৰ ফালে মানুহক আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব ৷ কামৰ ক্ষেত্ৰত আপুনি লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ব ৷ আপোনাৰ বিত্তীয় অৱস্থা ভাল ৷ 

কৰ্কট : (জুন ২২ - জুলাই ২২)

আপুনি আপোনাৰ ভৱিষ্যতৰ বাবে কিছু উৎসাহদ্দীপক পৰিকল্পনা কৰিব ৷ ইয়াৰ মাজত আপোনাৰ বাবে প্ৰেমিক বা প্ৰেমিকা বিচৰাটোও থাকিব ৷ আপুনি আপোনাৰ বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰিব আৰু তেওঁলোকৰ লগত আপোনাৰ ভাব-অনুভূতি ভাগ-বাটোৱাৰা কৰিব ৷ আপুনি আপোনাৰ সন্তানৰ কেৰিয়াৰৰ পথ বাচি দিয়াত সফল হ'ব ৷ তেওঁলোকে এতিয়া অধিক সুৰক্ষিত অনুভৱ কৰিব ৷ 

সিংহ : (জুলাই ২৩ - আগষ্ট ২৩)

আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে সময় অতিবাহিত কৰিবলৈ পাই সন্তুষ্ট হ'ব ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক আপোনাৰ লগত একেৰাহে থকাটো বিচাৰিব ৷ যদিও ই ভাল নহয়, তথাপি তেওঁৰ লগত সু-সম্পৰ্ক বৰ্তাই ৰাখিব ৷ আপুনি চাকৰিত পদোন্নতি লাভৰ বহু সুযোগ আছে। কৰ্মস্থলীত আপুনি বহু প্ৰত্যাহ্বান গ্ৰহণ কৰিব ৷ আপুনি নিজৰ সুন্দৰভাবে সম্পূৰ্ণ কৰি গৌৰৱ অনুভৱ কৰিব ৷ 

কন্যা ৰাশি : (আগষ্ট ২৪- ছেপ্টেম্বৰ ২২)

আপুনি আশাবাদী ব্যক্তি হোৱাৰ পৰিপ্ৰেক্ষিতত আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক সহজবোধ কৰিবলৈ সুযোগ দিব ৷ তাৰ বাবে আপুনি অনেক প্ৰতিকূলতাৰ মাজেৰে পাৰ হ'ব লাগিব ৷ আপুনি এক অতি বিপজ্জনক মানসিকতাত থাকিব আৰু সেয়া আপোনাৰ ৰোমাণ্টিক জীৱনটো প্ৰতিফলিত হ'ব ৷ আপুনি আনন্দিত হৈ থাকিব আৰু মানসিক শান্তি পাব ৷ 

তুলা : (ছেপ্টেম্বৰ ২৩ - অক্টোবৰ ২৩)

আপুনি আপোনাৰ কাৰ্যালয়ৰ কামক অধিক গুৰুত্ব দিয়াৰ বাবে আপোনাৰ প্ৰেমিকাই পৰিত্যক্ত যেন অনুভৱ কৰিব ৷ আপুনি পেচাগত জীৱনত লগ পোৱা কোনো ব্যক্তিৰ লগত আপোনাৰ অন্তৰংগতা গঢ়ি উঠিব পাৰে ৷ সাময়িকভাবে তাকে লৈ আপুনি ভাল অনুভৱ কৰিব ৷ আজিৰ দিনটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন হ'ব ৷ আপুনি কামৰ ক্ষেত্ৰত সৰ্বোত্তম ফল পাব ৷ধিক প্ৰত্যাহ্বানৰ সন্মুখীন হবলৈ বিচাৰিব। আপুনি আপোনাৰ ব্যৱসায়ৰ পৰিসৰ বৃদ্ধিৰ বাবে আপুনি অংশীদাৰী ব্যৱসায়ৰ চুক্তি কৰিব পাৰে ৷

বৃশ্চিক : (অক্টোবৰ ২৪ - নৱেম্বৰ ২২)

আপোনাৰ পেচাদাৰী জীৱনত আপোনাৰ জীৱনসংগীৰ অহেতুক হস্তক্ষেপে আপোনাক অ-সুখী কৰি তুলিব পাৰে আৰু ইয়াক লৈ আপুনি তেওঁৰ লগত কিছু কাজিয়া কৰিব পাৰে ৷ আপোনাৰ চিন্তাধাৰা দীৰ্ঘম্যাদী ৷ আপুনি আপোনাৰ ভৱিষ্যতৰ আত্মীয় হ'বলগীয়া পৰিয়ালৰ গৃহলৈ এক দূৰ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ মইমতীয়া আচৰণ কৰাৰ পৰিৱৰ্তে আপুনি সুমিষ্ট আচাৰ-আচৰণ কৰক আৰু তাৰ ফলাফল চাওক ৷৷

ধনু : (নৱেম্বৰ ২৩ - ডিচেম্বৰ ২১)

আপুনি নিজৰ বাবে সৃষ্টি কৰি লোৱা আৱৰণীৰ পৰা ওলাই আহিব আৰু ইয়ে আপোনাক সুখী কৰিব ৷ আপোনাৰ প্ৰেমিক বা প্ৰেমিকায়ো আপোনাক আকৰ্ষণীয় অনুভৱ কৰিব ৷ তেওঁৰ বাবে আপুনি সুন্দৰ উপহাৰ ক্ৰয় কৰিব বা এটা বিলাসী সামগ্ৰী কিনিব ৷ আপোনালোক দুয়োজনে একেলগে সুন্দৰ সময় অতিবাহিত কৰিব ৷ আপোনাৰ বিত্তীয় দিশ সম্পৰ্কত আপুনি সাৱধানেৰে সিদ্ধান্ত ল'ব ৷ 

মকৰ ৰাশি : (ডিচেম্বৰ ২২ - জানুৱাৰী ২০)

আপুনি নিজৰ বাবে সৃষ্টি কৰি লোৱা আৱৰণীৰ পৰা ওলাই আহিব আৰু ইয়ে আপোনাক সুখী কৰিব ৷ আপোনাৰ প্ৰেমিক বা প্ৰেমিকায়ো আপোনাক আকৰ্ষণীয় অনুভৱ কৰিব ৷ তেওঁৰ বাবে আপুনি সুন্দৰ উপহাৰ ক্ৰয় কৰিব বা এটা বিলাসী সামগ্ৰী কিনিব ৷ আপোনালোক দুয়োজনে একেলগে সুন্দৰ সময় অতিবাহিত কৰিব ৷ আপোনাৰ বিত্তীয় দিশ সম্পৰ্কত আপুনি সাৱধানেৰে সিদ্ধান্ত ল'ব ৷ 

কুম্ভ ৰাশি : (জানুৱাৰী ২১ - ফেব্ৰুৱাৰী ১৮)আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ১৭ ডিচেম্বৰ, শুক্ৰবাৰ, ২০২১)

বিত্তীয় লাভ অৰ্জনে আপোনাৰ স্পৃহা-উদ্যম তুংগত ৰাখিব ৷ আপুনি আপোনাৰ প্ৰেমিকাৰ লগত যথেষ্ট সময় পাৰ কৰিব ৷ আপুনি তেওঁক বিয়া কৰোৱাৰো সিদ্ধান্ত ল'ব ৷ আপোনাৰ প্ৰবৃত্তিৰ প্ৰতি গুৰুত্ব দিয়া উচিত ৷ এই সময় হৈছে ধন অৰ্জন কৰাৰ সময় ৷ আপুনি এটা সিদ্ধান্ত ল'ব পাৰিব ৷ আপুনি শক্তিশালীভাবে আপোনাৰ প্ৰতিপক্ষৰ সন্মুখীন হ'ব ৷

Content Area

মীন : (ফেব্ৰুৱাৰী ১৯- মাৰ্চ ২০)

আপোনাৰ জীৱনে সুন্দৰ গতি লৈছে আৰু আপুনি এখন সুন্দৰ প্ৰতিচ্ছবি দেখিবলৈ পাব৷ আপুনি অধিক সমাজপ্ৰিয় হৈ উঠিব আৰু আগতকৈ আপোনাৰ আচাৰ-ব্যৱহাৰত মানুহ অধিক মুগ্ধ হ'ব ৷ কোনো ব্যক্তিৰ লগত অ-প্ৰত্যাশিত সাক্ষাতে এক সুখৰ আৰু ভাগ্যবান প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিব ৷ কাৰ্যালয়ৰ কামত আপুনি কৃতকাৰ্যতা অৰ্জন কৰিব ৷ আপুনি মানসিকভাবে সন্তুষ্ট হ'ব লাগিব ৷ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com