Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ২৫ জানুৱাৰী, মঙলবাৰ, ২০২২)

জন্মদিনৰ শুভাশুভ (আজি জন্মদিন থকাসকলৰ)

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ২৫ জানুৱাৰী, মঙলবাৰ, ২০২২)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Jan 2022 4:18 AM GMT


জন্মদিনৰ শুভাশুভ (আজি জন্মদিন থকাসকলৰ)

শুভ তাৰিখসমূহঃ ৭, ১৬, ২৫

শুভ বাৰসমূহঃ : সোমবাৰ, শুকুৰবাৰ , দেওবাৰ

শুভ ৰংসমূহঃ বেঙুনীয়া, সেউজীয়া, নীলা




আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ২৫ জানুৱাৰী, মঙলবাৰ, ২০২২)

মেষ : (মাৰ্চ ২১ - এপ্ৰিল ২০)











আপুনি সময়ে সময়ে অনুভৱ কৰিব যে আপুনি নিজে বিচৰাখিনিৰ প্ৰতি গুৰুত্ব বা মনোযোগ দিয়া নাই। আপুনি আপোনাৰ জীৱনসংগীক সুখী কৰিবলৈ অতি তৎপৰ হৈ উঠে, কিন্তু আপুনি সমানে আগবাঢ়িব নোৱৰাৰ বাবে অসুখী অনুভৱ কৰিব ৷ সেয়ে আপুনি আপোনাৰ জীৱনসংগীৰ লগত কোনো গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা উচিত ৷ আপোনাৰ দৃশ্যভংগী তেওঁক অনুধাৱন কৰাবলৈ যথেষ্ট কষ্ট কৰিব লাগিব।

বৃষ : (এপ্ৰিল ২১- মে ২১)












আপোনাৰ জীৱনসংগীৰ সৈতে ঘটা এটা ভুল বুজাবুজিৰ বাবে আপুনি দুঃখ অনুভৱ কৰিব পাৰে ৷ এক চমু ভ্ৰমণে আপোনাৰ মনৰ পৰা এই দুঃখবোধ আঁতৰাব পাৰে ৷ আপুনি আধ্যাত্মিক কাম-কাজতো অংশ ল'ব পাৰে আৰু মন্দিৰ বা ধৰ্মীয় স্থান ভ্ৰমণ কৰিব ৷ ইয়ে আপোনাৰ মনত শান্তিৰ সৃষ্টি কৰিব আৰু আপুনি মনত শিথিলতা অনুভৱ কৰিব।

মিথুন : (মে ২২ - জুন ২১)












আপুনি আপোনাৰ বৰ্তমানৰ প্ৰেমৰ সম্পৰ্কক লৈ দৃঢ় আৰু এই সম্পৰ্কৰ সৈতে ওতঃপ্ৰোতভাবে জড়িত হৈ পৰিব ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে আনন্দ-স্ফূৰ্তিৰ মাজেৰে প্ৰচুৰ সময় অতিবাহিত কৰিব ৷ কামত আপোনাৰ পাৰদৰ্শিতা উন্নত হ'ব আৰু বিশাল হ'ব ৷ দীৰ্ঘদিন ধৰি পৰি থকা আপোনাৰ কাৰ্যালয়ৰ বা চৰকাৰী কাম এতিয়া সম্পূৰ্ণ হৈ উঠিব ৷

কৰ্কট : (জুন ২২ - জুলাই ২২)









আপুনি আপোনাৰ জীৱনত ডাঙৰ পৰিৱৰ্তন সাধন কৰিব ৷ কিন্তু বাস্তৱত ইয়াৰ প্ৰয়োজন নহ'ব, কাৰণ সকলোখিনিয়েই মসৃণতাৰে অগ্ৰসৰ হৈছে ৷ কথা-বতৰাবোৰ বিশেষ কৰি ৰাখিবৰ বাবে আপোনাক আপোনাৰ জীৱনসংগীয়ে সঠিক উপদেশ দিব ৷ আপোনাৰ বিত্তীয় অৱস্থা উন্নত হ'ব আপুনি এক প্ৰগতিশীল সময়ৰ অধ্যায়ত আছে ৷ যিটো আপোনাৰ সহজে ফলদায়ক প্ৰমাণিত হ'ব ৷

সিংহ : (জুলাই ২৩ - আগষ্ট ২৩)















আপোনাৰ মন ইতিবাচক হৈ থাকিব। আপোনাৰ প্ৰস্তাৱে আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীৰ পৰা অনুমোদন পাব ৷ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ প্ৰতিক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰিছে। জীৱনসংগীৰ লগত আপোনাৰ সম্পৰ্ক উন্নত হ'ব ৷ আপুনি ভাল খবৰ পাব। আপুনি কৰা কামৰ বাবে ভৱিষ্যতে পুৰস্কৃত হ'ব।

কন্যা ৰাশি : (আগষ্ট ২৪- ছেপ্টেম্বৰ ২২)














আপুনি ঘৰত প্ৰচুৰ শান্তি উপভোগ কৰিব ৷ আপোনাৰ বৈবাহিক জীৱন অতি সুখৰ হব। আপুনি আৰু আপোনাৰ জীৱনসংগীয়ে সুৰক্ষিত ভৱিষ্ঠতৰ পৰিকল্পনা কৰিব। সকলো দিশৰ পৰাই সময় আপোনাৰ বাবে অনুকূল ৷ বিত্তীয় দিশত আপুনি অতি শক্তিশালী হ'ব ৷ আপুনি আপোনাৰ পিতৃ-মাতৃক দিবলৈ সময় উলিয়াব ৷

তুলা : (ছেপ্টেম্বৰ ২৩ - অক্টোবৰ ২৩)













ৰোমান্সক নিয়ন্ত্ৰণৰ বাহিৰলৈ যাবলৈ দিলে আপোনাৰ প্ৰেম-জীৱন দুৰ্ভোগ ভোগ কৰিবলগীয়া হ'ব পাৰে। আপুনি আন্তৰিকতাৰে কাম সমাপন কৰি আপোনাৰ কাম শেষ কৰিব ৷ আপুনি নাম-যশস্যা আহৰণ কৰিব আৰু মানুহৰ লগত প্ৰত্যক্ষভাবে কথা পাতিব ৷ পূৰ্বতকৈ মানুহৰ ওপৰত আপোনাৰ কৰ্তৃত্ব অধিক হ'ব।

বৃশ্চিক : (অক্টোবৰ ২৪ - নৱেম্বৰ ২২)












এই সময় হৈছে আপোনাৰ প্ৰেম-জীৱনত গুৰুত্ব দিয়াৰ আৰু প্ৰেমৰ শ্ৰীবৃদ্ধিত কিহে বাধা দিছে, সেয়া বাছি উলিওৱাৰ বাবে চেষ্টা কৰাৰ সময়। গতিকে আপুনি আনৰ লগত খাপ খাবলৈ নিজৰ দৃষ্টিভংগী সলনি কৰাৰ প্ৰয়োজন। আজিৰ দিনটো আপোনাৰ বাবে ভাল দিন হ'ব ৷ কোনো এজন ঘনিষ্ঠ ব্যক্তিয়ে আপোনাক সহায় কৰিব ৷

ধনু : (নৱেম্বৰ ২৩ - ডিচেম্বৰ ২১)
















আপোনাৰ কাম-কাজ আগুৱাই নিয়াৰ বাবে আপোনাৰ অন্তৰত প্ৰচুৰ শক্তি থাকিব ৷ পূৰ্বৰ প্ৰেমৰ বিচ্ছেদে এটা নতুন সম্পৰ্ক গঢ়াত আপোনাক বাধা নিদিব আৰু আপোনাৰ অন্তৰত এটা বৃহৎ আশা থাকিব। ভাগ্যই আপোনাক সহায় কৰিব। আপোনাৰ পাৰদৰ্শিতাক লৈ আপোনাৰ উৰ্ধতন বিষয়া সুখী হব। পৰিয়ালৰ সদস্যসকলে আপোনাক প্ৰশংসাৰে উপচাই পেলাব।

মকৰ ৰাশি : (ডিচেম্বৰ ২২ - জানুৱাৰী ২০)














আজি দিনটো আপোনাৰ বাবে ব্যতিক্ৰমীভাবে এটা অতি সুন্দৰ দিন হ'ব। আপুনি সমস্যা সমাধানৰ চেষ্টা কৰা উচিত আৰু তাৰ ফলাফল চাওক ৷ গ্ৰন্থপ্ৰেমীৰূপে আপুনি অনুপ্ৰেৰণাদায়ক, জ্ঞানবৰ্ধক আৰু চিত্ৰাকৰ্ষক সাহিত্য পঢ়িব ৷ আপুনি কোনো নতুন কাম আৰম্ভ কৰিলে, একো বাধা নাপাব ৷

কুম্ভ ৰাশি : (জানুৱাৰী ২১ - ফেব্ৰুৱাৰী ১৮)
















আপোনাৰ বাস্তৱসন্মত দৃষ্টিভংগীয়ে আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত দেখা দিয়া এটা সমস্যা অধিক সমস্যা অবিহনেই সমাধান কৰাত সহায় কৰিব ৷ কোনোবা এজনে আপোনাক আবেগিকভাবে শোষণ কৰিবলৈ বিচাৰিব, কিন্তু আপুনি তেওঁৰ জালত ভৰি নিদিব ৷ আপুনি আপোনাৰ জীৱনক অগ্ৰাধিকাৰসমূহক গুৰুত্ব দি যাব ৷ আপুনি কথা-বতৰাবোৰ আপোনাৰ অনুকূলে থকাটো লক্ষ্য কৰিব ৷


মীন : (ফেব্ৰুৱাৰী ১৯- মাৰ্চ ২০)




আপোনাৰ প্ৰেমিকাৰ হৃদয় জয় কৰাৰ বাবে আপোনাৰ আত্মবিশ্বাস থাকিব আৰু তেওঁৰ হৃদয় জয় কৰিব ৷ ভাল পৰিৱেশ উপভোগ কৰি থকাৰ মাজতে আপুনি নিজৰ কামো সম্পূৰ্ণৰূপে কৰি শেষ কৰিব ৷ আপুনি আপোনাৰ ঘৰ আৰু কাৰ্যালয়ৰ ডেক'ৰেচন আৰু পুনৰ নিৰ্মাণৰ কাম কৰিব ৷

Next Story
চাকৰি