Begin typing your search above and press return to search.
কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিঃবিদ্যালয়ত পদখালী
কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত নিম্নোক্ত পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছেঃ

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত নিম্নোক্ত পদত নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছেঃ
পদৰ নামঃ বিত্ত বিষয়া
খালী পদৰ সংখ্যাঃ এটা
বয়সৰ সীমাঃ ৫৫ বছৰ।
শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী নূন্যতম ৫৫ শতাংশ নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰীধাৰী অথবা সাতটা পইণ্টৰ মাপকাঠি (ছেভেন পইণ্ট স্কেল)ত অন্ততঃ বি গ্ৰেড পাব লাগিব।
কৰ্ম অভিজ্ঞতাঃ ছিনিয়ৰ স্কেলত প্ৰবক্তাৰূপে ১৫ বছৰ কৰ্ম-অভিজ্ঞতা প্ৰাৰ্থীৰ থাকিব লাগিব। তদুপৰি আঠ বছৰ ৰীডাৰ গ্ৰেডত কাৰ্যনিৰ্বাহ কৰা হ'ব লাগিব। লগতে শৈক্ষিক প্ৰশাসনত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫ জুন, ২০২০।
দৰমহাঃ ১,৪৪,২০০টকাৰ পৰা ২,১৮,২০০টকা।
Next Story