Begin typing your search above and press return to search.

নেচনেল হাউছিং বেংকত উপ-মহা প্ৰৱন্ধকৰ পদখালী

নেচনেল হাউচিং বেংকে উপ-মহা প্ৰৱন্ধক(ডি জি এম- Chief Risk Officer) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

নেচনেল হাউছিং বেংকত উপ-মহা প্ৰৱন্ধকৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Aug 2020 12:22 PM GMT

খালী পদৰ সংখ্যাঃ ১টা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৮-০৮-২০২০।

বয়সৰ সীমাঃ নূন্যতম ৩৫ বছৰ আৰু সৰ্বোচ্চ ৬২বছৰ।

দৰমহাঃ মাহিলী ৫ লাখ টকা। স্থায়ী দৰমহাঃ ৩.৭৫লাখ টকা আৰু সালসলনি ঘটিব পৰা দৰমহা ১.২৫লাখ টকা।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ নাবাৰ্ডত প্ৰৱন্ধক নিযুক্তিৰ বাবে আবেদন আহ্বান

Next Story
চাকৰি