Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান, শিলচৰত পদখালী

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান, শিলচৰত, জুনিয়ৰ ৰিচাৰ্ছ ফেল'ৰ খালী পদত নিযুক্তিৰ বাবে আবেদন জনাইছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিবলৈ অনুৰ জনোৱা হ'ল।

ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান, শিলচৰত পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Sep 2021 8:33 AM GMT

পদৰ বিষয়, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : জুনিয়ৰ ৰিচাৰ্ছ ফেল

পদ : ০১

দৰমহা : ৩১, ০০০ ( মাহিলী)

ঠিকনা : শিলচৰ, অসম

অন্তিম তাৰিখ : ২৪/০৯/২০২১

শিক্ষাগত অৰ্হতা :এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী অণুবিদ্যুৎ আৰু যোগাযোগ অভিযন্তা বিভাগত MTech/ ME উত্তীৰ্ণ হ'ব লাগিব নতুবা অণুবিদ্যুৎ/ পদাৰ্থ বিজ্ঞান বিভাগত সমতুল্য ডিগ্ৰীধাৰী হ'ব লাগিব লগতে GATE/ NET অৰ্হতা প্ৰাপ্ত হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থিয়ে নিজৰ স্বাক্ষৰ যুক্ত আবেদন পত্ৰ, বায়ডাটা আৰু প্ৰয়োজনীয় নথি পত্ৰ ডাঃ এছ কে ত্ৰিপাঠী, PI বিভাগ, ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান, শিলচৰ, অসম - ৭৮৮০১০ লৈ মেইল যোগে প্ৰেৰণ কৰিব লাগিব।

মেইল : sktripathy@ece.nits.ac.in (+919465407913)

উল্লেখযোগ্য যে মেইলৰ বিষয়ত "Application for the post of JRF under the CSIR projexct" লিখা থাকিব লাগিব।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ

সময় : ১/১০/২০২১, পুৱা ১১বজাৰ পৰা

স্থান : অণুবিদ্যুৎ আৰু যোগাযোগ অভিযন্তা বিভাগ, ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠান, শিলচৰ, অসম।

Next Story
চাকৰি