ৰাষ্ট্ৰীয় উদ্ভিদ জিনোম গৱেষণা অনুষ্ঠানত (NIPGR), পদখালী

ৰাষ্ট্ৰীয় উদ্ভিদ জিনোম গৱেষণা অনুষ্ঠানত, ছিনিয়ৰ ৰিচাৰ্ছ ফেল্ল'ৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ডাঃ গোপালজী জা, বৈজ্ঞানিক, NIPGR ৰ পৰ্যবেক্ষণৰ অধীনত, "হ্ৰস্বম্যাদী গৱেষণা জলপানি" অন্তৰ্ভূক্ত, এই পদ সম্পূৰ্ণ ৰূপ অস্থায়ী। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।
ৰাষ্ট্ৰীয় উদ্ভিদ জিনোম গৱেষণা অনুষ্ঠানত (NIPGR), পদখালী
Published on

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : ছিনিয়ৰ ৰিচাৰ্ছ ফেল্ল'

খালী পদৰ সংখ্যা : ০১

দৰমহা : দৰমহা স্তৰ : NIPGR নিয়মাৱলী অনুসৰি

নিযুক্তিৰ স্থান : সমগ্র ভাৰততে

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১৬/০৯/২০২১

আবেদন প্ৰক্ৰিয়া : ই- মেইল

ৱেবচাইট : nipgr.ac.in

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ, প্ৰয়োজনীয় নথি পত্ৰ সহ মেইল যোগে প্ৰেৰণ কৰিব লাগিব।

মেইল : jmsgopal@nipgr.ac.in

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com