ৰাষ্ট্ৰীয় উদ্ভিদ জিনোম গৱেষণা অনুষ্ঠানত (NIPGR), পদখালী

ৰাষ্ট্ৰীয় উদ্ভিদ জিনোম গৱেষণা অনুষ্ঠানত, ছিনিয়ৰ ৰিচাৰ্ছ ফেল্ল'ৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ডাঃ গোপালজী জা, বৈজ্ঞানিক, NIPGR ৰ পৰ্যবেক্ষণৰ অধীনত, "হ্ৰস্বম্যাদী গৱেষণা জলপানি" অন্তৰ্ভূক্ত, এই পদ সম্পূৰ্ণ ৰূপ অস্থায়ী। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।
ৰাষ্ট্ৰীয় উদ্ভিদ জিনোম গৱেষণা অনুষ্ঠানত (NIPGR), পদখালী
Published on: 

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : ছিনিয়ৰ ৰিচাৰ্ছ ফেল্ল'

খালী পদৰ সংখ্যা : ০১

দৰমহা : দৰমহা স্তৰ : NIPGR নিয়মাৱলী অনুসৰি

নিযুক্তিৰ স্থান : সমগ্র ভাৰততে

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১৬/০৯/২০২১

আবেদন প্ৰক্ৰিয়া : ই- মেইল

ৱেবচাইট : nipgr.ac.in

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ, প্ৰয়োজনীয় নথি পত্ৰ সহ মেইল যোগে প্ৰেৰণ কৰিব লাগিব।

মেইল : jmsgopal@nipgr.ac.in

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com