১৫৫ বেছ হস্পাতাল , তেজপুৰ নিযুক্তি ২০২০
১) ষ্টেন' ২
পদৰ সংখ্যা - ০২
অৰ্হতা - দ্বাদশ শ্ৰেণী উত্তীৰ্ণ
২) ৱাৰ্ড সহায়িকা
পদৰ সংখ্যা -১৭
অৰ্হতা - দশম শ্ৰেণীত উৰ্ত্তীণ
৩) চকীদাৰ
পদৰ সংখ্যা -০১
অৰ্হতা - দশম শ্ৰেণীত উৰ্ত্তীণ
৪)চাফাই কৰ্মী
পদৰ সংখ্যা -০৫
অৰ্হতা - দশম শ্ৰেণী
৫) নাপিত
পদৰ সংখ্যা - ০২
অৰ্হতা - দশম
৬) ধোবী
পদৰ সংখ্যা - ০৫
অৰ্হতা - দশম
৭) দৰ্জী
পদৰ সংখ্যা - ০২
অৰ্হতা - দশম
কেনেদৰে আবেদন কৰিব - উপযুক্ত প্ৰাৰ্থীয়ে তলৰ ঠিকনাত নথি পত্ৰ সমূহ প্ৰেৰণ কৰিব পাৰিব----
COMMANDANT 155 BASE HOSPITAL PIN-784001 TEZPUR
অন্তিম তাৰিখ -২৬-০৬-২০২০