Begin typing your search above and press return to search.

২০৫০ গুৱাহাটী হেলথ কেয়াৰত নাৰ্ছসহ বিভিন্ন পদ খালী

২০৫০ গুৱাহাটী হেলথ কেয়াৰে নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

২০৫০ গুৱাহাটী হেলথ কেয়াৰত নাৰ্ছসহ বিভিন্ন পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Jun 2021 12:54 PM GMT


পদসমূহঃ

এ এন এম/জি এন এম নাৰ্ছ

খালী পদৰ সংখ্যাঃ ০৫টা।

শিক্ষাগত অৰ্হতাঃ এ এন এম বা জি এন এম।

দৰমহাঃ আঠ হেজাৰৰ পৰা ১৩ হেজাৰ টকা।

মাৰ্কেটিং এক্সিকিউটিভ

খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত যিকোনো শাখাৰ স্নাতক। হোম হেলথ কেয়াৰৰ অভিজ্ঞতা থকা প্ৰাৰ্থীয়ে অগ্ৰাধিকাৰ পাব।

দৰমহাঃ ১০ হেজাৰৰ পৰা ১৬ হেজাৰ টকা।

বেক অফিচ এক্সিকিউটিভ তথা ৰোগীৰ সমন্বয়ক ।

খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ আঠ হেজাৰৰ পৰা ১৩ হেজাৰ টকা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত যিকোনো শাখাৰ স্নাতক। হাস্পতাল বা হেলথ কেয়াৰত কামৰ অভিজ্ঞতা থকা প্ৰাৰ্থীয়ে অগ্ৰাধিকাৰ পাব।

অফিচ বয় তথা হাউচ কীপিং কৰ্মচাৰী।

খালী পদৰ সংখ্যাঃ ১টা।

শিক্ষাগত অৰ্হতাঃ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ।

বয়সৰ সীমাঃ ন্যূনতম ১৮ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১০-০৭-২০২১।

নিযুক্তিৰ স্থান- গুৱাহাটী।

ই-মেইলঃ2050healthcare.guwahati@gmail.com।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক ।

Next Story
চাকৰি