ভাৰতীয় বিমানকোঠ কৰ্তৃপক্ষ (AAI)-ত পদখালী

ভাৰতীয় বিমানকোঠ কৰ্তৃপক্ষ (AAI)-ত পদখালী

পদৰ বিষয়, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
Published on

ভাৰতীয় বিমানকোঠ কৰ্তৃপক্ষত পৰামৰ্শদাতাৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : পৰামৰ্শদাতা

খালী পদৰ সংখ্যা : ২৬

বয়স : ৬৫ বছৰ

দৰমহা : ৭৫,০০০টকা ( মাহিলী)

নিযুক্তিৰ স্থান : সমগ্ৰ ভাৰততে

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১৩/০৯/২০২১

শিক্ষাগত অৰ্হতা : এই পদৰ ইচ্ছুক প্ৰাৰ্থী AAIৰ অফিচিয়েল অধিসূচনাৰ মতে শিক্ষাগ্ৰহণ কৰা হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া : ইচ্ছুক আৰু উপযুক্ত প্রাৰ্থীয়ে নিজৰ আবেদন পত্ৰ লগতে প্ৰয়োজনীয় প্ৰমাণপত্ৰ সমূহৰ প্ৰতিলিপিসমূহ উল্লেখিত মেইল নতুবা ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব।

ঠিকনা : ED ( মুখ্য কাৰ্যালয় ), নিযুক্তি কক্ষ, ভাৰতীয় বিমানবন্দৰ কৰ্তিপক্ষ, ৰাজীৱ গান্ধী ভৱন, সফডাৰযুং বিমানবন্দৰ, নতুন দিল্লী ১১০০০৩

মেইল : chqrectt@aai.aero

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com