Begin typing your search above and press return to search.

অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট নিযুক্তি ২০২০

aau

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Jun 2020 4:58 AM GMT

অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট নিযুক্তি ২০২০

পদৰ নাম - কাৰিকৰী সহকাৰী ( technical assistant)

পদৰ সংখ্যা - ০১

অৰ্হতা - স্নাতক (বিজ্ঞান বিষয়ত)

বাচিন প্ৰক্ৰিয়া - স্কাইপ অনলাইন সাক্ষাৎকাৰৰ জৰিয়তে ।

কেনেদৰে আবেদন জনাব- ইচ্ছুক প্ৰাৰ্থীয়ে তথ্য সমূহ তলৰ ই মেইলত ১৭ জুনৰ আগত পঠাব পাৰিব ।

অন্তিম তাৰিখ-১৭-০৬-২০২০

অধিক জানিবৰ বাবে :click here

Next Story
চাকৰি