Begin typing your search above and press return to search.

অসম কৃষি বিশ্ববিদ্যালয়ত সহকাৰী অভিযন্তাৰ পদ খালী

এই পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-

অসম কৃষি বিশ্ববিদ্যালয়ত সহকাৰী অভিযন্তাৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Oct 2021 8:50 AM GMT


যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ে সহকাৰী অভিযন্তাৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।


পদঃ

সহকাৰী অভিযন্তা ।

খালী পদৰ সংখ্যাঃ ০২টা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত চিভিল ইঞ্জিনীয়াৰিঙৰ ডিগ্ৰীধাৰী হব লাগিব। অথবা ইয়াৰ ডিপ্লোমাধাৰী হব লাগিব আৰু ৫ বছৰৰ কৰ্ম-্অভিজ্ঞতা থাকিব লাগিব।

বয়সৰ সীমাঃ ০১-০১-২০২১ত সৰ্বোচ্চ ৩৮ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১১-১১-২০২১।

নিযুক্তিৰ স্থানঃ যোৰহাট।

সময়ঃ ১২ মাহ।

ৱেবছাইটঃ http://www.aau.ac.in/

প্ৰাৰ্থীসকলে http://www.aau.ac.in/aau-recruitment-ৰ পৰা আবেদন জনাব পাৰিব।

লিখিত পৰীক্ষা আৰু সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি