Begin typing your search above and press return to search.
অসম কৃষি বিশ্ববিদ্যালয়ত কাৰিকৰী সহায়ক নিযুক্তি
অসম কৃষি বিশ্ববিদ্যালয়ে পতংগবিদ্যা বিভাগত কাৰিকৰী সহায়ক নিযু্ক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ এটা।
প্ৰকল্পৰ নামঃ : AINP on Agril. Acarology।
ভাট্টাঃ ১৫ হেজাৰ টকা (স্থায়ী)।
শিক্ষাগত অৰ্হতাঃ ক) বি এছ চি(কৃষি), খ) পতংগবিদ্যাত এম এছ চি থকাসকলক অগ্ৰাধিকাৰ দিয়া হব।
আবেদনৰ নিয়মঃ বায়োডাটা, গৱেষণা পত্ৰৰ প্ৰতিলিপ, একপি পাৰপত্ৰ আকাৰৰ ফটো, সকলো শিক্ষাগত অৰ্হতাৰ মূল কপি আৰু প্ৰতিলিপি সাক্ষাতকাৰৰ সময়ত প্ৰদৰ্শন কৰিব লাগিব।
সাক্ষাতকাৰৰ তাৰিখ আৰু সময়ঃ ০৫-১০-২০২০ৰ পুৱা ১০-৩০ বজা।
Next Story