Begin typing your search above and press return to search.

অসম কৃষি বিশ্ববিদ্যালয়ত যুৱ পেছাদাৰীৰ পদ খালী

আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ তথ্য চাব পাৰে :

অসম কৃষি বিশ্ববিদ্যালয়ত যুৱ পেছাদাৰীৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Sep 2021 9:17 AM GMT

অসম কৃষি বিশ্ববিদ্যালয়ে যুৱ পেছাদাৰী-II -ৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ তথ্য চাব পাৰে :

পদৰ নাম- যুৱ পেছাদাৰী-II

খালী পদৰ সংখ্যা-০১ টা ।

নিযুক্তিৰ স্থান- বৰপেটা, অসম ।

দৰমহা -প্ৰতি মাহে ৩৫,০০০/- টকা ।

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ- ০৯/০৯/২০২১

বয়স - ২১ – ৪৫ বছৰ ।

শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীগৰাকীয়ে কৃষি বিজ্ঞানত স্নাতকোত্তৰ কৰিব লাগিব ।

আবেদনৰ প্ৰক্ৰিয়া-আগ্ৰহী আৰু সকলো অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে ৯ ছেপ্টেম্বৰ, ২০২১ত "কেভিকে, বৰপেটা"ত তেওঁলোকৰ সম্পূৰ্ণ বায়োডাটা আৰু নথিপত্ৰৰ সৈতে দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া সাক্ষাতকাৰত উপস্থিত হ'ব লাগিব ।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি