Begin typing your search above and press return to search.

অসম কৃষি বিশ্ববিদ্যালয়ত জ্যেষ্ঠ গৱেষণা সভ্যৰ পদ খালী

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ পৰীক্ষা কৰিব পাৰে

অসম কৃষি বিশ্ববিদ্যালয়ত জ্যেষ্ঠ গৱেষণা সভ্যৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Jan 2022 11:19 AM GMT

অসম কৃষি বিশ্ববিদ্যালয়ৰ বিষয়েঃ

অসম কৃষি বিশ্ববিদ্যালয় হৈছে সমগ্ৰ উত্তৰ-পূবৰ প্ৰথমখন এনেধৰণৰ বিশ্ববিদ্যালয়। কৃষি খণ্ডৰ বাবে বিশ্বমানৰ প্ৰতিযোগতামূলক মানৱ সম্পদ সৃষ্টি কৰাটোৱেই হৈছে এই বিশ্ববিদ্যালয়ৰ মূল উদ্দেশ্য। তাক কৰোঁতে প্ৰতিঘৰ লোকক খাদ্য সুৰক্ষা প্ৰদান কৰা।

অসম কৃষি বিশ্ববিদ্যালয়ে জ্যেষ্ঠ গৱেষণা সভ্যৰ ৪ টা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ পূৰ্বে আবেদন জনাব পাৰেঃ

অসম কৃষি বিশ্ববিদ্যালয়ৰ নিযুক্তি-২০২২ঃ

অসম কৃষি বিশ্ববিদ্যালয়ে জ্যেষ্ঠ গৱেষণা সভ্যৰ ৪ টা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ পূৰ্বে আবেদন জনাব পাৰেঃ

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ পৰীক্ষা কৰিব পাৰে

পদৰ নাম

জ্যেষ্ঠ গৱেষণা সভ্য (এছ আৰ এফ)

খালী পদ

৪টা।

বয়সৰ সীমা

উল্লেখ নাই।

দৰমহা

মাহিলী ৩১ হেজাৰ টকা।

চাকৰিৰ অৱস্থান

যোৰহাট।

সাক্ষাতকাৰৰ তাৰিখ

২৮-০১-ৃ২০২২।

ৱেবছাইট

http://www.aau.ac.in/

শিক্ষাগত অৰ্হতা:

কৃষি বিজ্ঞানৰ এম এছ চি।

আবেদনৰ নিয়মঃ

আগ্ৰহী প্ৰাৰ্থীসকলে শিক্ষাগত অৰ্হতা, অভিজ্ঞতা আদিৰ মূল প্ৰমাণ পত্ৰসহ অহা ২৮ জানুৱাৰীত অনুষ্ঠিত হবলগা সাক্ষাতকাৰত অৱতীৰ্ণ হব পাৰে। এই সাক্ষাতকাৰ ২৮ জানুৱাৰীৰ পুৱা ১০-৩০ বজাৰ পৰা আৰম্ভ হব।

সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।


আৰু চাব পাৰে :গুৱাহাটী বায়োটেক পাৰ্ক নিযুক্তি ২০২২ – বিত্ত ব্যৱস্থাপকৰ খালী পদ



Next Story
চাকৰি