এ. চি. টি. আৰ. ই. চিত বায়মেডিকেল টেকনিচিয়ানৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
এ. চি. টি. আৰ. ই. চিত বায়মেডিকেল টেকনিচিয়ানৰ পদখালী
Published on

এডভান্সড চেণ্টাৰ ফৰ ট্ৰীটমেণ্ট, ৰিছাৰ্চ এণ্ড এডুকেশ্বন ইন কেন্সাৰ হৈছে টাটা মেমৰিয়েল চেণ্টাৰৰ গৱেষণা আৰু উন্নয়নৰ এটি খণ্ড। এই অনুষ্ঠান অৱস্থান অৱস্থিত খাৰঘৰ, নবী মুম্বাইৰ সহ্যদাৰি পাহাৰ অঞ্চলত। এই অনুষ্ঠানত সন্নিবিষ্ট হৈ আছে কেন্সাৰ গৱেষণা অনুষ্ঠান, ক্লিনিকেল গৱেষণা অনুষ্ঠান আৰু কেন্সাৰ মহমাৰী কেন্দ্ৰ। এই অনুষ্ঠানৰ প্ৰধান লক্ষ্য হৈছে ৰোগী সকললৈ উপযোগী আৰু উন্নতমানৰ চিকিৎসা প্ৰদান কৰা।

এডভান্সড চেণ্টাৰ ফৰ ট্ৰিটমেন্ত, ৰিছাৰ্চ এণ্ড এডুকেশ্বন ইন কেন্সাৰ শেহতীয়া ভাৱে, বায়মেডিকেল টেকনিচিয়ানৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : বায়মেডিকেল টেকনিচিয়ানৰ

খালী পদৰ সংখ্যা : বিভিন্ন

দৰমহা : ২০,৪০০ - ৩০,০০০/- টকা, মাহিলী

বয়স : ২০ - ৩০ বছৰ

নিযুক্তিৰ স্থান : সমগ্ৰ ভাৰততে

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১৫/১১/২০২১

সময়সীমা : ৬মাহ

অৰ্হতা :

বায়মেডিকেল অভিযান্ত্ৰিক বিভাগত ডিপ্লোমা

বা

চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ইলেকট্ৰনিক্স/ ইনষ্ট্ৰুমেণ্টেচন অভিযান্ত্ৰিক বিভাগত ডিগ্ৰী।

সন্মানীয় চিকিৎসালয়ত ১বছৰীয়া অভিজ্ঞতা।

চিকিৎসীয় সা - সৰঞ্জাম সমূহৰ সৈতে কাম কৰা অভিজ্ঞতা, কম্পিউটাৰত কাম কৰাৰ অভিজ্ঞতা।

আবেদন প্ৰক্ৰিয়া : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীয়ে বায়ডাটা আৰু প্ৰয়োজনীয় নথি পত্ৰ সহ ১৫/১১/২০২১তাৰিখে, সোমবাৰে অনুষ্ঠিত হ'বলগীয়া ৱাক ইন সাক্ষাৎকাৰৰ বাবে উপস্থিত হ'ব লাগিব।

ঠিকনা : 3rd floor, Meeting Room II, Khanolkar Shodhika,

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com