খালী পদৰ সংখ্যাঃ ৫৬টা।
দৰমহাঃ মাহিলী ১৪হেজাৰ টকাৰ পৰা ৪৯হেজাৰ টকা।
বয়সৰ সীমাঃ ২০২০ৰ ১ জানুৱাৰীত প্ৰাৰ্থীৰ বয়স ১৮ বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হ'ব নালাগিব। অৱশ্যে এছ চি-এছ টি আৰু শাৰীৰিকভাবে অক্ষম প্ৰাৰ্থীয়ে চৰকাৰী নিয়ম অনুসৰি বয়সৰ উৰ্ধসীমাৰ ক্ষেত্ৰত ৰেহাই লাভ কৰিব।
নিযুক্তিৰ স্থানঃ গুৱাহাটী।
আবেদনৰ মাচুল দুশ টকা জমা দিব লাগিব। এছ চি-এছ টি প্ৰাৰ্থীৰ ক্ষেত্ৰত ১০০টকা। এই মাচুল ডিমাণ্ড ড্ৰাফটযোগে আৰ এম এছ এৰ মিছন সঞ্চালকলৈ গুৱাহাটীত ভঙাব পৰাকৈ প্ৰেৰণ কৰিব লাগিব।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-০৮-২০২০।
কাৰ্যালয়ৰ ঠিকনাঃ Mission Director, Rashtriya Madhyamik Siksha Abhijan (RMSA), Assam SSA, Campus, Kahilipara, Guwahati, Assam, PIN-781019।
আৰু চাব পাৰেঃ বিষয়া নিযুক্তিৰ বাবে ছেবিৰ আবেদন আহ্বান